• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্পাইচ জেটৰ এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ প্রস্তাৱিত প্ৰকল্প : উপকৃত হ’ব কাজিৰঙাৰ দেশী-বিদেশী পৰ্যটক

উত্তম শইকীয়া by উত্তম শইকীয়া
July 7, 2018 10:43 am
এয়াৰ ক্ৰাফট

এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ প্ৰস্তাৱিত প্ৰকল্প সম্পৰ্কে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা প্ৰশাসনৰে সৈতে বায়ুসেনা প্ৰাধিকৰণৰ উচ্চস্তৰীয় দলৰ বৈঠক। ফটো : উত্তম শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে বোকাখাতৰ ধনশিৰি মুখ আৰু মাজুলীত দেশৰ ভিতৰতে প্ৰথমবাৰলৈ চলিব স্পাইচ জেট নামৰ কোম্পানীটোৰ অত্যাধুনিক এম্ফিবিয়াচ এয়াৰ ক্ৰাফট ৷ এই এয়াৰ ক্ৰাফট পানী আৰু মাটি দুয়ো স্থানতে নামিব আৰু উৰিব পাৰে ৷

এম্ফিবিয়াচ এয়াৰ ক্ৰাফট জাপানত নিৰ্মাণ কৰা হয়। অসমৰ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণত  কালি ভাৰতীয় বিমানসেৱাৰ উচ্চ পদস্থ বিষয়াৰ লগতে বায়ু সেৱা প্ৰধিকৰণৰ  বিভিন্ন উচ্চ স্তৰীয় এক বিশেষজ্ঞ আৰু স্পাইচ জেট কোম্পানীৰ বিষয়াৰ এটা দলে  মাজুলীৰ লগতে বোকাখাতৰ ধনশিৰিমুখৰ নদী বন্দৰ উপযোগী ঠাই পৰিদৰ্শন কৰে।

Apply Now
এয়াৰ ক্ৰাফট
এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ প্ৰস্তাৱিত প্ৰকল্পৰ ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত বায়ুসেনা প্ৰাধিকৰণৰ উচ্চস্তৰীয় দলৰ সদস্যসকল। ফটো : উত্তম শইকীয়া

দলটোৰ লগত অসম চৰকাৰৰ জলসম্পদ বিভাগ, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামেও ধনশিৰিমুখৰ নদী বন্দৰ অঞ্চল পৰিদৰ্শন কৰে ৷

ধনশিৰি মুখ পৰিদৰ্শনৰ শেষত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় উচ্চ পদস্থ বিষয়াৰ এই দলটো ৷ ধনশিৰিমুখ অঞ্চল পৰিদৰ্শন কৰি স্পাইচ জেট আৰু বায়ু সেৱা প্ৰাধিকৰণৰ উচ্চ স্থৰীয় দলটোয়ে সন্তোষ প্ৰকাশ কৰে ৷ ধনশিৰিমুখৰ প্ৰাকৃতিক শোভাইও মুগ্ধ কৰে দলটোক ৷

স্পাইচ জেটৰ এই বিলাসী প্ৰকল্পই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ অহা বিশ্বৰ পৰ্যটকক বিশেষ সুবিধা প্ৰদান কৰিব আৰু ধনশিৰিমুখত এনে এটা ক্ষুদ্ৰ বিমান বন্দৰ নিৰ্মাণৰ ক্ষেত্ৰত স্থান পৰিদৰ্শনৰ বাবে অহা এই দলটো খুবেই আশাবাদী বুলি জনায় গোলাঘাটৰ উপায়ুক্তক ৷

এম্ফিবিয়াচ এয়াৰ ক্ৰাফটৰ বাবে প্ৰয়েজনীয় জল ধাৰা আৰু বছৰ জুৰি থকা পানীৰ গভীৰতা ধনশিৰিমুখত থকাৰ বাবেই ক্ষেত্ৰ পৰিদৰ্শনত অহা দলটোৱেও সন্তোষ প্ৰকাশ কৰিছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd