• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বচ্ছ ভাৰত মিচনৰ অধীনত ডিমৌত স্বচ্ছতা সম্পৰ্কে সজাগতা সভা

NE NOW NEWS হিতোজ্বল চেতিয়া
ডিমৌ , March 19, 2018 4:48 pm

1 min read

Cleanliness program at Dimou
84
VIEWS
Share on FacebookShare on Twitter

ডিমৌ নগৰ সমিতিৰ উদ্যোগত স্বচ্ছ ভাৰত মিচনৰ অধীনত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ‍্যে চলি থকা এলানি সজাগতা সভাৰ সৈতে সংগতি ৰাখি আজি দিনৰ ভাগত ডিমৌ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকে ডিমৌৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুতা মনোৰমা মৰাং, স্বচ্ছ ভাৰত অভিযানৰ ডিমৌ নগৰ সমিতিৰ ব্ৰেণ্ড এম্বেছাদৰ তথা জেষ্ঠ সাংবাদিক শেখৰজ্যোতি দুৱৰী, স্বচ্ছ ভাৰত অভিযান মিছনৰ সমল ব‍্যক্তি দূৰ্গামাধৱ দিহিঙীয়া, ডিমৌ নগৰ সমিতিৰ কনিষ্ঠ অভিযন্তা গৌতম কোঁৱৰ আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে সমূহ  ছাত্ৰ ছাত্ৰী সকল।

সভাত স্বচ্ছতা সম্পৰ্কে আলোচনা কৰা হয়, কি দৰে আমি আমাৰ নগৰখন পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰো তাৰ ওপৰত আলোচনা কৰা হয়।

ডিমৌ অঞ্চলৰ ৰাইজে  স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰশাসন আৰু নগৰ সমিতিয়ে সময়ে সময়ে লৈ অহা বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে।

Recent News

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd