• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বচ্ছ ভাৰত মিছন গ্ৰামীণ,২০১৮ৰ অধীনত গহপুৰত ৰূপায়িত স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
August 6, 2018 8:09 pm
IMG-20180806-WA0033
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বচ্ছ ভাৰত মিছন গ্ৰামীণ,২০১৮ৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো মাহজোৰা কাৰ্যসূচীৰে যোৱা ১ আগষ্টৰ পৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ ৰূপায়ণ কৰা হৈছে। দেশৰ সৰ্ববৃহৎ স্বচ্ছতা অভিযানৰূপে পৰিগণিত হোৱা এই অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া এক স্বতন্ত্ৰ সংস্থাই দেশত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ কাম-কাজ নিৰীক্ষণ কৰিব। কিছুমান নিৰ্দিষ্ট সূচকৰ ভিত্তিত ৰাজ্য আৰু জিলাসমূহক তালিকাভুক্ত কৰা হ’ব।

বিশ্বনাথ জিলাৰ অন্যান্য প্ৰান্তৰ লগতে গহপুৰ মহকুমাতো স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ কাৰ্যসূচী ৰূপায়ণৰ কাম পূৰ্ণগতিত অব্যাহত আছে। এই অভিযানৰ অধীনত গহপুৰ মহকুমাত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Apply Now

স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ উপলক্ষে যোৱা ৩ আগষ্টত গহপুৰত আয়োজিত এক স্বচ্ছাগ্ৰহী সভাত প্ৰায় ৮৫ গৰাকী স্বচ্ছাগ্ৰহীয়ে অংশগ্ৰহণ কৰে। একেদিনাই মহকুমাধিপতিৰ কাৰ্যালয়ত স্বচ্ছ সৰ্বেক্ষণৰ ওপৰত এখন বিশেষ বৈঠকো অনুষ্ঠিত হৈ যায়। এই বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাস, গহপুৰ আৰু হেলেমৰ ৰাজহ চক্ৰ বিষয়াদ্বয় ক্ৰমে ৰমী বৰুৱা আৰু বিমান দাস, সহকাৰী আয়ুক্ত ৰিংকু বড়ো, বিশ্বনাথৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰবীন দাসৰ লগতে অন্যান্য চৰকাৰী বিষয়াসকল আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) তথা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

স্বচ্ছ সৰ্বেক্ষণৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা ‘স্বচ্ছতা ৰথ’ নামৰ বাহনখনে ইতিমধ্যেই গহপুৰ মহকুমাৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত এই বিষয়ত সজাগতাৰ সৃষ্টি কৰিছে।

স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ সৈতে সংগতি ৰাখি অহা ৮ আগষ্টত গহপুৰত কেইবাখনো বৈঠকৰ আয়োজন কৰা হৈছে। সেইদিনা সমগ্ৰ গহপুৰ মহকুমাৰ বজাৰ-হাট সমিতিৰ মহলদাৰসকল, গহপুৰ নগৰ সমিতিৰ সভানেত্ৰী তথা ৱাৰ্ড সদস্যসকল, লেছীসকল, খণ্ড উন্নয়ন বিষয়াসকল, আশা কৰ্মী আৰু তত্বাৱধায়কসকল, বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানৰ দায়িত্বত থকা চিকিৎসকসকল আদিৰ সৈতে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ,২০১৮ৰ বিষয়ববীয়াসকল কেইবাখনো সুকীয়া বৈঠকত মিলিত হ’ব।

গহপুৰ মহকুমাক স্বচ্ছ আৰু নিকা কৰি তোলাৰ স্বাৰ্থত এই স্বচ্ছতা অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাসে ৰাইজলৈ আহ্বান জনাইছে।

কাজি জেইদুল ইছলাম 

কাজি জেইদুল ইছলাম 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd