• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বচ্ছ ভাৰত মিশ্যনৰ অধীনত ডিমৌত স্বচ্ছতা সম্পৰ্কত এলানি সজাগতা সভা

NE NOW NEWS হিতোজ্জ্বল চেতিয়া
ডিমৌ , February 28, 2018 8:18 am

1 min read

Demow_Sachata_1

ডিমৌত স্বচ্ছতা সম্পৰ্কীয় সজাগতা সভা।

297
VIEWS
Share on FacebookShare on Twitter

স্বচ্ছ ভাৰত মিশ্যনৰ অধীনত স্বচ্ছতা সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ‍্যে অহা ১৫ মাৰ্চলৈকে এলানি সজাগতা সভাৰ আয়োজন কৰিছে ডিমৌ নগৰ সমিতিয়ে। সেই উদ্দেশ্যে  আজি দুপৰীয়া ডিমৌ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখন সভা অনুষ্ঠিত হৈ যায়।

সভাখনত ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং, ব্ৰেণ্ড এম্বেছাদৰ শেখৰজ্যোতি দুৱৰী, ডিমৌ নগৰ সমিতিৰ অভিযন্তা গৌতম কলিতা আদি উপস্থিত থাকি স্বচ্ছতাৰ ওপৰত ব্যক্তব্য আগ বঢ়ায়। সভাত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী, ডিমৌ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে অভিভাৱক সকলো উপস্থিত থাকে ।

Demow_Sachata_2
স্বচ্ছতাৰ সজাগতা সভাত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ একাংশ।

মন কৰিব লগীয়া যে, এই সভাখনত প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰীয়ে চৌপাশ স্বচ্ছ কৰি ৰখাৰ সংকল্প লয়। ডিমৌ অঞ্চলৰ চুকে-কোণে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰশাসন আৰু নগৰ সমিতিয়ে লোৱা এনে পদক্ষেপক সকলোৱে শলাগ লৈছে।

ডিমৌ নগৰ সমিতিয়ে জানিবলৈ দিয়া মতে, এনেদৰে বিভিন্ন বিদ্যালয়সমূহত স্বচ্ছতা সম্পৰ্কীয় সজাগতামূলক সভা চলি থাকিব।  মুঠ ১৫খন এনেকুৱা সজাগতা সভা আয়োজন কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd