• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

স্বভাৱসিদ্ধ খেলেৰে ধুমুহাৰ গতিৰে ফাইনেলত প্ৰৱেশ মেৰী কমৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 11, 2018 12:40 pm

1 min read

MaryKom_2
72
VIEWS
Share on FacebookShare on Twitter

নিজৰ স্বভাৱসিদ্ধ খেলেৰে ছেমিত তিনিটা ৰাউণ্ডৰ আটাইকেইটাতে প্ৰতিজন বিচাৰকৰ পৰা ১০ ৰ ভিতৰত ১০কৈ লাভ কৰি কমনৱেলথ গেইমছৰ মহিলাৰ বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ বক্সিং ৰাণী, মণিপুৰৰ মেৰী কমে।

MaryKom

আজিৰ মহিলাৰ বক্সিঙৰ ৪৫-৪৮ কেজিৰ শাখাৰ ছেমি ফাইনেলত মেৰী কমে শ্ৰীলংকাৰ অনুশা দিলৰুক্ষীৰ বিৰুদ্ধে খেলিছিল। স্পষ্ট ব্যৱধানত মেৰীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীক আটাইকেইটা ৰাউণ্ডতে পৰাজিত কৰে। পাঁচজন বিচাৰকৰ ৰায় মেৰীৰ সপক্ষে ৫:০ হয়।

এতিয়া স্বৰ্ণ পদকৰ বাবে মেৰীয়ে ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ ক্ৰিষ্টিনা অ’ হাৰাৰ বিৰুদ্ধে নামিব, যিগৰাকীয়ে এসময়ত সন্মুখলৈ অহা ফুটবলাৰ হোৱাৰ সুযোগ উপেক্ষা কৰি বক্সাৰ হৈছিল।

ফাইনেল খেলখন অহা ১৪ এপ্ৰিলত অনুষ্ঠিত হ’ব।

আনহাতে আজি হোৱা মহিলা বক্সিঙৰ ৬০ কেজিৰ শাখাত মণিপুৰৰ চৰিতা দেৱী পৰাজিত হৈছে।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd