• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত দিল্লীৰ ৰামলীলা ময়দানত কাৰ্বি আংলং-উত্তৰ কাছাৰৰ দল-সংগঠনৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 20, 2017 7:18 am

1 min read

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত দিল্লীৰ ৰামলীলা ময়দানত কাৰ্বি আংলং-উত্তৰ কাছাৰৰ দল-সংগঠনৰ প্ৰতিবাদ
263
VIEWS
Share on FacebookShare on Twitter

অসমৰ দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ বহু দল-সংগঠনে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত মঙলবাৰে দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্বি আংলং-নৰ্থ কাছাৰ হিলছ অট’নমাছ ষ্টেট ডিমাণ্ড কমিটী, কাৰ্বী ছাত্ৰ সন্থা, জাকাছকে ধৰি কেইবাটাও সংগঠনৰ শতাধিক লোকে সংসদৰ শীত কালীন অধিৱেশনৰ সময়তে এই ঐক্যবদ্ধ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে।

মন কৰিবলগীয়া যে প্ৰতিবাদকাৰী সংগঠন কেইটাই কয় যে স্বায়ত্তশাসিত ৰাজ্য হৈ আমি অসমৰ অংগ হৈ থাকিম কিন্তু যদিহে স্বায়ত্ত ৰাজ্য নাপাও তেন্তে আমি নাগালেণ্ডৰ লগত চামিল হোৱাৰ কথা চিন্তা চৰ্চা কৰিবলৈ বাধ্য হ’ম।

আনহাতে অট’নমাছ ষ্টেট ডিমাণ্ড কমিটীৰ সভাপতি অজিত টিমুঙে কয়- দীৰ্ঘদিন ধৰি আমি দুয়োখন জিলাই সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি স্বায়ত্বশাসিত ৰাজ্য দাবী কৰি আহিছো। আমাৰ এই ন্যায্য দাবী কেন্দ্ৰই মানি ল’বলৈ বাধ্য।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd