• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিআইএমটিত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ মুকলি

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , March 30, 2018 3:26 pm

1 min read

h.jpg
73
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জিআইএমটিত আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ৰ গ্ৰেণ্ড ফিনালে মুকলি কৰিলে জনজাতি পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জে এছ ভাভোৰে।

উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত প্ৰায় ৩০০ শিক্ষাৰ্থীয়ে ১০টা সমস্যাৰ সমাধানত ব্ৰতী হৈছে।

আকৰ্ষণীয় অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে শ্ৰীমন্ত শংকৰ একাডেমি চচাইটিৰ ৰাতুল দাসে আদৰণি ভাষণ আগবঢ়ায়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে উত্তৰ- পূবৰ ভিতৰত জিআইএমটিয়ে হৈছে একমাত্ৰ কেন্দ্ৰ যিয়েই স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

hackathonভাৰতৰ বিভিন্ন জিলাৰ প্ৰায় ২৮ টা কেন্দ্ৰত ৩৬ ঘণ্টীয়া এই অবিৰত হেকাথন প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। ইয়াত প্ৰায় ১২৮২টা শিক্ষাৰ্থীৰ দলে একেলগে ৩৪০টা সমস্যাৰ সমাধানত ব্ৰতী হৈছে।

স্মাৰ্ট ইণ্ডিয়া হেকাথনত ২৭ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৮ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অনুষ্ঠানটোত অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক কৃষ্ণ গোহাঁইও উপস্থিত আছিল।

এনে ধৰণৰ প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলক অধিক মনোযোগী কৰি তোলাৰ উপৰি ইয়ে তেওঁলোকৰ সৃজণীশীলতাক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

 

Recent News

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd