• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মাৰ্ট চিটি অভিযান প্ৰকল্প ৰূপায়নত পিছ পৰি আছে গুৱাহাটী: গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 4:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্মাৰ্ট চিটি প্ৰকল্প সন্দৰ্ভত গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক পৰ্যালোচনাৰ পৰা জানিব পৰা গৈছে যে অসমৰ গুৱাহাটী আৰু হিমাচল প্ৰদেশৰ ধৰমশালাত স্মাৰ্ট চিটি প্ৰকল্পৰ অগ্ৰগতি মুথেই সন্তোষজনক নহয়।

কেন্দ্ৰৰ স্মাৰ্ট চিটি অভিযানৰ অধীনত চলি থকা উক্ত প্ৰকল্প ৰুপায়ন কৰাৰ ক্ষেত্ৰত মহানগৰী দুখন বহু পিছ পৰি  আছে। সেয়ে প্ৰকল্প কেইটাক ক্ষিপ্ৰতাৰে কাৰ্যকৰি কৰাৰ লক্ষ্যৰে গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ে কি কাৰণত কাম কাজ লেহেমীয়া হৈ আছে তাক জানিবৰ বাবে মহানগৰী দুখনৰ খতিয়ান লোৱাৰ সিদ্ধান্ত লৈছে। আনহাতে মধ্য প্ৰদেশ, চত্তিছগড়, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মহানগৰী সমুহত অভিযানটোৰ অধীনত ভাল দৰে কাম চলি আছে অৱশ্যে পঞ্জাৱ, হিমাচল প্ৰদেশ, তামিল নাডু, কৰ্নাটক আৰু মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰকল্পটোৰ ৰুপায়ন ক্ষিপ্ৰ কৰাৰ প্ৰয়েজন আছে। উল্লেখযোগ্য যে স্মাৰ্ট চিটী অভিযানৰ অধিনত কেন্দ্ৰীয় চৰকাৰে ৯০ খন মহানগৰীক নিৰ্বাচিত কৰিছিল, উক্ত প্ৰত্যেক খন মহানগৰীয়ে বিভিন্ন প্ৰকল্প ৰুপায়নৰ উদ্দেশ্যে ৫০০ কোটি কৈ  টকা লাভ কৰিব। এই বছৰৰ ৩০ আগষ্টত স্মাৰ্ট চিটী অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি প্ৰধান মন্ত্ৰী মোডিয়ে কৈছিল যে  নিৰ্বাচিত ৯০ খন মহানগৰীত যাতে প্ৰকল্প সমুহ ঠিক মতে ৰুপায়ন তথা সফলতাৰে সমাপ্ত কৰা কয় তাক নিশ্চিত কৰাটো সকলোৰে বাবে প্ৰত্যাবান স্বৰূপ।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd