DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

পাট-মুগা কাপোৰৰ ডিজাইনাৰ সংযুক্তা দত্তলৈ ‘দাদা চাহেব ফাল্‌কে এক্সেলেন্স এৱাৰ্ড’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2018 11:35 am
SilkDesign

ফাইল ফটো।

369
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ পাট-মুগা বস্ত্ৰৰ নতুন নতুন ডিজাইনেৰে এইবোৰক অনন্য ধৰণে উপস্থাপন কৰাত দীৰ্ঘদিন ধৰি মনোনিৱেশ কৰি অহা ডিজাইনাৰ সংযুক্তা দত্তলৈ বিৰল স্বীকৃতিৰে দাদা চাহেব ফাল্‌কে এক্সেলেন্স এৱাৰ্ড ২০১৮ আগ বঢ়োৱা হৈছে। এই কথা জানিব পৰা গৈছে ডিজাইনাৰ গৰাকীৰ এটা ঘনিষ্ঠ সূত্ৰৰ পৰা।

অসমৰ ঐতিহ্যপূৰ্ণ ৰেচম শিল্পৰ ক্ষেত্ৰখনক বিশ্ব দৰবাৰলৈ আগ বঢ়াই নিয়াৰ ক্ষেত্ৰত শিল্পীগৰাকীয়ে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। তেওঁৰ কামে অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উদ্যোগটোক নতুন পৰিসৰ দিছে।

সূত্ৰটোৱে জনোৱামতে, অহা ২১ এপ্ৰিলত মুম্বাইৰ ছেইণ্ট এন্ড্ৰিউজ প্ৰেক্ষাগৃহত অসমৰ ডিজাইনাৰগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। সংযুক্তা দত্তৰ উপৰি বলিউডৰ আন কেইবাগৰাকী তাৰকায়ো এই বঁটা লাভ কৰিছে।

উল্লেখযোগ্য যে সংযুক্তা দত্তই জনস্বাস্থ্য কাৰিকৰী বিভাগত অভিযন্তা হিচাপে চাকৰি কৰিছিল যদিও ২০১২ চনত চাকৰি এৰি ফেশ্বন ডিজাইনিঙৰ কামন মনোনিৱেশ কৰিছিল।

Recent News

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd