DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত ডিমা হাচাও জিলাৰ আশাকৰ্মীৰ বাৰ্ষিক সমাৱেশ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 20, 2018 10:00 pm
ASHA Workers' convention
84
VIEWS
Share on FacebookShare on Twitter

হাফলং ডিষ্ট্ৰিক্ট হেলথ চচাইটিৰ উদ্যোগত আজি হাফলং কালচাৰাল ইনস্টিটিউট হলত স্বাস্থ্য বিভাগৰ দ্বাৰা আশাকৰ্মীসকলৰ বাৰ্ষিক সমাৱেশ আয়োজন কৰা হয়।

অনুষ্ঠানটোত ডিমা হাচাও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ২৩৮ গৰাকী আশাকৰ্মীয়ে অংশগ্ৰহণ কৰে।

সমাৱেশখনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ই এম চ্যামুয়াল চাঙছান, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব টি টি দাউলাগুপু আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা দিপালী বৰ্মন মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

উক্ত সমাৱেশখনত আশাকৰ্মী সকলৰ বিভিন্ন সমস্যা সমূহৰ ওপৰত আলোচনা হোৱাৰ লগতে আশাকৰ্মীসকলে আগবঢ়াই অহা সেৱাৰ বাবে তেওঁলোকক চৰকাৰী ভাবে সম্বৰ্ধনা জনোৱা হয়।

সভাত ভাষণ প্ৰদান কৰি ই এম চাঙছানে কয় যে আশাসকলে পাৰ্বত্য জিলাখনৰ বিভিন্ন দুৰ্গম এলেকাত যিদৰে সেৱা আগবঢ়াই আহিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। কিন্তু তাৰ বিনিময়ত তেওঁলোকে নগন্য পাৰিশ্ৰমিক লাভ কৰি আহিছে বুলি উল্লেখ কৰি আগন্তুক দিনত চৰকাৰে আশাকৰ্মীসকলৰ কল্যাণাৰ্থে নিশ্চয় ভাল পদক্ষেপ গ্ৰহণ কৰিব বুলি চাঙছানে আশা ব্যক্ত কৰে।

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা দিপালী বৰ্মনে কয় যে আশাকৰ্মীসকল স্বাস্থ্য বিভাগৰ মেৰুদণ্ড। বিশেষকৈ ডিমা হাচাও জিলাৰ স্বাস্থ্য বিভাগক আগুৱাই নিয়াৰ ক্ষেত্ৰত আশা সকলৰ অবদান উল্লেখযোগ্য ।

আনহাতে, বহুত সমস্যাৰ মাজেৰে কাম কৰি অহা সত্ত্বেও সেই অনুপাতে পাৰিশ্ৰমিক লাভ নকৰাত সমাৱেশত আশাকৰ্মী সকলে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰাৰ কাৰনে দাবি জনায়।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd