• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত নাগালিমৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 24, 2017 1:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল অৱৰোধৰ পিছত এইবাৰ প্ৰস্তাৱিত নাগালিমক লৈ জাঙুৰ খাই উঠিছে হাফলঙৰ বিভিন্ন দল সংগঠন। নাগালিমত ডিমা হাচাও জিলাৰ ভূমি অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি হাতত জাতীয় পতাকা লৈ আজি ৰাতিপুৱা ৯ বজাত হাফলঙৰ সম্ভুধন পয়েণ্টত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দল-সংগঠনৰ সদস্য তথা সমৰ্থকসকল।

চৰকাৰে যদি নাগালিমক ডিমা হাচাওৰ ভূমি হস্তান্তৰ কৰে বা ছেটেলাইট কাউন্সিল দিয়ে তেতিয়া হ’লে পাহাৰত জুই জ্বলিব বুলি সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে। লগতে নাগালিমত জোৰকৈ ডিমা হাচাওক অন্তৰ্ভুক্ত কৰাৰ ফল বিষম হ’ব বুলিও প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে।

Apply Now

আনহাতে, নাগালিমক মাটি এৰি দিলে জাতীয় পতাকাৰ প্ৰতি থকা শ্ৰদ্ধা বা সন্মান কৰাৰ পৰা বিৰত থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে জেএনএইচৰ সভাপতি কল্যাণ দাওলাগুপুয়ে। ‘কিয়নো ভাৰতৰ নাগৰিক হোৱাৰ পাছতো যদি ভাৰত চৰকাৰে  আমাৰ মাটি আনক দিয়াৰ কাৰণে অপচেষ্টা অব্যাহত ৰাখে ইয়াতকৈ দুখৰ কথা আৰু কি হ’ব পাৰে’, -তেওঁ কয়।

তেওঁ লগতে কয় যে  ২৫ ডিচেম্বৰত  বৃহত্তৰ নাগালিম ঘোষণা হ’লে ২৬ ডিচেম্বৰৰ পৰা পাহাৰৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈ পৰিব আৰু ইয়াৰ বাবে দায়ী হ’ব চৰকাৰ।

একেই ভাষ্য আগবঢ়ায় ছেডিমাচা মাদাৰ্চ এছ’চিয়েশ্যনৰ সভানেত্ৰী ৰিংমিলা হোজায়ে। তেওঁ কয়, ‘চৰকাৰে নগা সমস্যা সমাধানৰ কাৰণে ডিমা হাচাওৰ ভূমি হস্তান্তৰ কৰিব সেই কথা কেতিয়াও মানি ল’ব নোৱাৰো।’

ডিমাচা এপেক্স ব’ডি জাদিখে নাইছ’ হছমকে ধৰি ছাত্ৰ সংগঠন আডছু, ডিএছইউ, ডিএমএছ, ডিএমএ আদি সংগঠনে ‘ভাৰত মাতা কি জয়’ৰ লগতে ৰাষ্ট্ৰীয় সংগীতেৰে প্ৰতিবাদ কাৰ্যসূচীৰ সামৰণি মাৰে।

https://youtu.be/3DXVEqgIAEs

 

 

https://youtu.be/5RnCfL2d6I4

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd