• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰিয়ানাত দেশৰ প্ৰথমটো ক্লনড অসমীয়া ম’হ পোৱালিৰ জন্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 2:53 pm
Assamese-buffalo-
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ যে হাৰিয়ানাৰ হিছাৰত থকা ম’হৰ বিষয়ৰ কেন্দ্ৰীয় গৱেষণাগাৰত দেশখনৰ প্ৰথমটো অসমীয়া ম’হ পোৱালিৰ জন্ম হয়।

মাত্ৰ কেইদিনমান পূৰ্বে গৱেষণা প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে যোৱা বছৰৰ ডিচেম্বৰৰ ২ তাৰিখে এই ক্লোন ম’হ পোৱালিটোৰ জন্ম হৈছে।

Apply Now

বিশেষজ্ঞসকলৰ মতে, ‘সচ্ছ গৌৰৱ’ নামৰ এই ম’হ পোৱালিটো ‘একক পদ্ধতি’ত ক্ল’ন কৰা হৈছিল আৰু মুৰাহ ম’হৰ গৰ্ভত স্থাপন কৰি স্বাভাৱিকভাৱে জন্ম দিয়া হৈছিল।

গৱেষণা প্ৰতিষ্ঠানটোৰ বিশেষজ্ঞসকলে জনাইছে যে হিছাৰত অৱস্থিত উচ্চ প্ৰযুক্তিসম্পন্ন দুগ্ধ পামখনত থকা ক্ল’নিং গৱেষণাগাৰটোৰ পৰা প্ৰায় ১০০ কি: মি: দূৰত এখন মুকলি পথাৰত এই ম’হ পোৱালিটোৰ জন্ম হয়।

উল্লেখ্য যে অসমীয়া জাতৰ ম’হ কেবল উত্তৰ-পূৰ্বাঞ্চলতহে পোৱা যায় । চেণ্ট্ৰেল ইন্সটিটিউট ফৰ ৰিছাৰ্চ অন বাফেল’ (চি আই আৰ বি) প্ৰতিষ্ঠানটোৱে ম’হৰ সকলো জাতৰে উন্নত জন্তুবোৰক সংৰক্ষণ কৰাৰ এক উদ্যোগ গ্ৰহণ কৰিছে।

ক্ল’নিং পদ্ধতিৰে জন্ম দিয়া অসমীয়া ম’হটো জন্মৰ সময়ত ৫৪.২ কে: জি: আছিল আৰু সকলো ফালৰ পৰা স্বাভাৱিক আছিল।

বিজ্ঞানীসকলৰ মতে মাইক্ৰছেটেলাইট বিশ্লেষণ আৰু ক্ৰম’জ’ম বিশ্লেষণৰ দ্বাৰা ম’হ পোৱালিটোৰ জীনীয় গঠন নিশ্চিত কৰা গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

July 2, 2026 3:13 pm
বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

July 2, 2026 3:13 pm
বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd