• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দী ছবিৰ কায়দাৰে পিষ্টল দেখুৱাই অপহৰণ কৰি নিয়া ছাত্ৰীক মেঘালয়ত উদ্ধাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2019 6:54 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1.3k
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ কামপুৰৰ কচুৱা আৰক্ষী থানাৰ অধীনৰ ৰজাগাঁৱৰ পৰা এটা অপহৰণকাৰী দলে হিন্দী ছবিৰ কায়দাৰে অপহৰণ কৰি নিয়া অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক আৰক্ষীয়ে মেঘালয়ৰ জোৱাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণি মতে ২৬ ফেব্ৰুৱাৰিৰ নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ আমট্ৰেঙৰ হৰিকান্ত টেৰণ নামৰ যুৱকজনে ১০-১৫ জনীয়া এটা বন্দুকধাৰী দল লগত লৈ খুড়াক সন্তোষ ৰায়ৰ ঘৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকক দুৰ্বৃত্তৰ দলটোৱে অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰি শুই থকা কিশোৰী গৰাকীক বিছনাৰ পৰা চোঁচৰাই এ এছ ০২ এ এন ৭২৬০ নম্বৰৰ গাড়ীত উঠাই লৈ যায়।

ইফালে কিশোৰী তথা ছাত্ৰীগৰাকীক দুৰ্বৃত্তৰ দলটোৱে লগত নিবলৈ লোৱা অৱস্থাত পৰিয়ালৰ লোকে বাধা প্ৰদান কৰাত চাৰিগৰাকী মহিলাক দলটোৱে শাৰীৰিকভাৱে প্ৰহাৰ কৰে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি ছাত্ৰীগৰাকীক উদ্ধাৰৰ বাবে অভিযান চলাইছিল।

উল্লেখযোগ্য যে ২৬ ফেব্ৰুৱাৰিৰ নিশাই কচুৱা আৰক্ষীয়ে মেঘালয়ৰ জোৱাইৰ পৰা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰে। অৱশ্যে অভিযুক্তক আটক কৰিবলৈ সক্ষম নহ’ল।

ছাত্ৰীগৰাকীয়ে হৰিকান্তৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই এই অপহৰণৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd