DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিন্দু বিদেশী অনাতকৈ ভাৰতৰ হিন্দু সকলক সুৰক্ষা প্ৰদান কৰক : ববিতা শৰ্মা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 13, 2018 2:58 pm
7ff438ef-dcc6-4d86-a3f9-24772774089c
308
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে। তেনে এক পদক্ষেপ গ্ৰহণ কৰি আজি কংগ্ৰেছেও গুৱাহাটীত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ নেতৃত্বত উলুবাৰীত আৰম্ভ হোৱা এই স্বাক্ষৰ অভিযান পিছত চানমাৰি, চিৰিয়াখানা, পানবাজাৰ আদি অঞ্চলতো চলিব।

গণ স্বাক্ষৰ অভিযান সমাপ্ত হোৱাৰ শেষত উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতি আৰু চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।773061fb-f6dc-4edc-9d92-330761534957

কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই এই বিধেয়কৰ বিৰোধিতা কৰি কয়, “বিজেপি চৰকাৰ সকলো ফালে ব্যৰ্থ হৈ এতিয়া বিদেশী আনি ভোটৰ ৰাজনীতি কৰিব বিচাৰিছে। হিন্দু বিদেশী ভাৰতলৈ অনাতকৈ ভাৰতৰ হিন্দু সকলক সুৰক্ষা প্ৰদান কৰক। দেশৰ মানুহক কৰ্মসংস্থাপন দিয়ক।”

নেত্ৰী গৰাকীয়ে অগপকো সমালোচনা কৰি কয় যে ‘’তেওঁলোকে জাতীয় দল বুলি কয়, যদি সঁচাকৈয়ে জাতীয় দল তেনেহ’লে চৰকাৰৰ পৰা পদত্যাগ কৰক।চৰকাৰৰ লগত থাকি অগপই গণ স্বাক্ষৰ, জোৰ সমদল কৰি লাভ নাই।‘’

বৰাকত কংগ্ৰেছৰ স্থিতি সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, “আমাৰ কংগ্ৰেছ দলৰ স্থিতি এটাই। বৰাকৰ একংশ কংগ্ৰেছীয়ে যি মন্তব্য কৰিছে সেয়া তেওঁলোকৰ ব্যক্তিগত মন্তব্য। প্ৰদেশ কংগ্ৰেছে তেওঁলোকৰ লগত নিশ্চয় আলোচনা কৰিব।”

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd