DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে হিয়াৰ আমঠু আৰু নয়নৰ মণি : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

মিণ্টু দাস by মিণ্টু দাস
July 26, 2018 4:17 pm
aasu at hima das house.docx 1
478
VIEWS
Share on FacebookShare on Twitter

ফিনলেণ্ডৰ টেম্পৰেত অনুষ্ঠিত বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপৰ অনুৰ্ধ্ব ২০ ৰ ৪০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণপদক অৰ্জনেৰে দেশবাসী লৈ গৌৰৱ কঢ়িয়াই অনা দৌৰবিদ হিমা দাসৰ জন্মগাঁও ধিং ৩ নং কান্ধুলিমাৰীত প্ৰতিদিনেই বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিবেশে। কিয়নো দেশ তথা ৰাজ্যৰ ৰাজনৈতিক নেতা, বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ নিতৌ আগমণ ঘটিছে হিমাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ উদ্দেশ্যে।

সেইদৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ প্ৰতিনিধিও উপস্থিত হয় হিমাৰ বাসগৃহত। কালি নিশা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হৈ হিমাই কঢ়িয়াই অনা সাফল্যৰ বাবে পিতৃ-মাতৃক অভিনন্দন জনাই কয় যে  হিমা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে হিয়াৰ আমঠু আৰু নয়নৰ মণি। হিমাৰ এনে সফলতাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্য গৰ্বিত। কাৰণ, হিমা ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদিকা।

ইয়াৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে হিমাই যি ঠাইৰ বোকা-পানী, ধুলি-মাকতি গচকি বিশ্ব জয় কৰি দেশক গৌৰৱান্বিত কৰিলে সেই স্থানত উন্নতমানৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

একেদৰে, ভাৰতৰ উজ্জ্বল ৰত্ন, অসমৰ জাতীয় সম্পদ হিমা দাসৰ প্ৰতি সন্মানাৰ্থে তেওঁৰ গৃহত  উপস্থিত হৈ পিতৃ-মাতৃ, ভগ্নী-ভাতৃ আৰু আত্মীয়-স্বজনক অসম সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ লগতে  নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিনিধি নিত্যানন্দ বৰা, যতীন্দ্ৰনাথ সূত আৰু ধিং শাখা সাহিত্য সভাৰ বিষয়-ববীয়াসকল উপস্থিত হৈ হিমা দাসৰ পৰিয়ালক অভিনন্দন জনায়।

আনহাতে, অলপতে অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ ডিফু কাৰ্যনিৰ্বাহক সভাত আৰম্ভণিতে সকলোৱে থিয় হৈ হাত চাপৰিৰে হিমালৈ অভিনন্দন জ্ঞাপন কৰে বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়ে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd