DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

১০ কোটিৰ নিষিদ্ধ হেৰ’ইনসহ মিজোৰামৰ মহিলাক লুধিয়ানাত গ্ৰেপ্তাৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 1:02 pm
Mizoram
92
VIEWS
Share on FacebookShare on Twitter

নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অপৰাধত মিজোৰামৰ মহিলা এগৰাকীৰ সৈতে আন এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি শনিবাৰে খান্না- দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তালাচী চলাই প্ৰায় ২ কিলোগ্ৰাম হেৰ’ইনসহ লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে দাবী কৰা অনুসৰি ড্ৰাগছ সৰবৰাহৰ অপৰাধত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত মিজোৰামৰ মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে এই সন্দৰ্ভত খান্নাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱজোৎ সিং মহলে সংবাদ মাধ্যমৰ আগত কয়- ‘গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শনিবাৰে আবেলি প্ৰায় ৪ বজাত আৰক্ষীয়ে  খান্না- দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ বাবে এটা চেক প’ষ্ট স্থাপন কৰা হয়। সেই সময়তে এখন মাটিয়া টয়’টা ইটিয়ছ গোবিন্দগড়ৰ পৰা আহে। বাহনখনত চলোৱা নিয়মমাফিক তালাচীৰ সময়ছোৱাত নিষিদ্ধ হেৰ’ইনসহ ৰাজ কুমাৰ ছাক্সেনা (৪২) আৰু এল ভি নিয়ালুম (২৯) নামৰ মিজোৰামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰা হয়।’

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে।আনহাতে আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি উক্ত ড্ৰাগছখিনি দিল্লীৰ পৰা পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী দুজনে।

ইতিমধ্যে আৰক্ষীয়ে দুয়োগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd