• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৮ এপ্ৰিলত মাজুলী মহাবিদ্যালয়ত শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠান

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , April 12, 2018 11:43 am

1 min read

১৮ এপ্ৰিলত মাজুলী মহাবিদ্যালয়ত শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠান
98
VIEWS
Share on FacebookShare on Twitter

মাজুলী মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামীৰ এটি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ব। শিক্ষাৰত্ন গৰাকীৰ সপ্তম স্মৃতি দিৱস উপলক্ষে ১৮এপ্ৰিলত মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ এটা আবক্ষ মূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহন কৰিছে।

মহাবিদ্যলয়ৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে প্ৰতিষ্ঠাপক অধ্যক্ষ গৰাকীৰ আবক্ষ মূৰ্তি স্থাপনৰ প্ৰতি তেওঁৰ পৰিয়ালবৰ্গই সহযোগিতা আগবঢ়াইছে।

শ্ৰী শ্ৰী আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ড০ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে অতুল চন্দ্ৰ গোস্বামীয়ে আবক্ষ মূৰ্তিটো শুভ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

১৮ এপ্ৰিলৰ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব লগা উক্ত উদ্বোধনী অনুষ্ঠানটোত সকলো শুভাকাংখীক উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়া আৰু পৰিয়ালবৰ্গই ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd