DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৮ ফেব্রুৱাৰিৰ পৰা আৰম্ভ হ’ব দৈনিক তেজপুৰ-নতুন দিল্লী বিমানসেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 12:53 pm
flight

প্ৰতিনিধিত্বমূলক চিত্ৰ

344
VIEWS
Share on FacebookShare on Twitter

অসমৰ উত্তৰপাৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি প্ৰায় ১৫ বছৰৰ মূৰত দেওবাৰ অৰ্থাৎ ১৮ ফেব্রুৱাৰিৰ পৰা পুনৰ আৰম্ভ হ’ব দৈনিক তেজপুৰ-নতুন দিল্লী বিমানসেৱা।

জানিব পৰা মতে প্ৰথমখন কলকাতা-জব্বলপুৰ-দিল্লী অভিমুখী যাত্ৰীবাহী বিমানখনে তেজপুৰ বিমানবন্দৰৰ পৰা ১৮ ফেব্ৰুৱাৰিৰ দিনৰ ১.৪০ বজাত যাত্ৰা আৰম্ভ কৰিব।

উল্লেখ্য যে এই বিমানসেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতা বিমানবন্দৰত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে। উক্ত বিমানখনে তেজপুৰৰ শালনিবাৰী বিমানবন্দৰত দিনৰ ১.২০ বজাত অৱতৰণ কৰাৰ পাছত পুনৰ একেখন বিমানে ১.৪০ বজাত কলকাতা জব্বলপুৰ হৈ দিল্লীলৈ ৰাওনা হ’ব।

এই বিমানসেৱা জুম জেট এয়াৰৱেজে আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই। বিমান সংস্থাটোৱে দিল্লীৰ পৰা তেজপুৰলৈ পুৱা ৯ বজাত দৈনিক সেৱা আগবঢ়াব।

উল্লখ্যে যে এই বিমানসেৱা আৰম্ভৰ লগে লগে কেৱল উত্তৰপাৰৰ ৰাইজৰে নহয়, বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰে সুবিধা হ’ব বুলি আশা কৰা হৈছে।

স্মৰ্তব্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অৰ্থাৎ ১৯৪২ চনত তেজপুৰৰ শালনিবাৰী বিমান বন্দৰক ব্ৰিটিছ ৰয়েল ইণ্ডিয়ান আৰ্মিয়ে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল।

তাৰ পাছত কেইবছৰমান বিমান বন্দৰটো কাৰ্যক্ষম হৈ থকাৰ পাছত বিগত প্ৰায় ১৫ বছৰ বিভিন্ন কাৰণবশত যাত্ৰাবাহী বিমানসেৱা বন্ধ হৈ আছিল।

 

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd