DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

১৯ ৰ পৰা ২৩ ফেব্ৰুৱাৰিলৈ গেংটকত সেনাবাহিনীৰ নিয়োগ সমাৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 10:23 pm
294
VIEWS
Share on FacebookShare on Twitter

১৯ ৰ পৰা ২৩ ফেব্ৰুৱাৰিলৈ গেংটকৰ পালজৰ ক্ৰীড়াংগণত অনুস্থিত হ’ব লগীয়া সেনা বাহিনী নিয়োগ সমাৱেশত অংশ গ্ৰহণৰ বাবে ভাৰতীয় সেনাই প্ৰাৰ্থী সকলৰ পৰা আবেদনৰ আহ্বান কৰিছে। সেনাবাহিনীৰ কৰ্তৃপক্ষই জাইনবলৈ দিয়া অনুসৰি প্ৰাৰ্থী সকলে সৈনিক (সাধাৰণ), সৈনিক (কাৰিকৰী),  কাৰিকৰী সৈনিক(বোমা পৰীক্ষক), নাৰ্চিং এছিচটেণ্ট, নাৰ্চিং এছিচটেণ্ট (ভেটেনেৰী), কেৰাণী, সৈনিক ট্ৰেদমেনৰ বাবে আবেদন কৰিব পাৰিব। আবেদন শেষ দিন হৈছে ৩ ফেব্ৰুৱাৰী। প্ৰৰ্থী সকলক শাৰীৰিক ক্ষমতা, চিকিৎসা পৰীক্ষা, শাৰীৰিক জোখ-মাপৰ ভীত্তিত নিৰ্বাচন কৰা হ’ব। সেনা নিয়োগ সমাৱেশত অংশ গ্ৰহণৰ বাবে আগ্ৰহী প্ৰাৰ্থী সকলে অনলাইন যোগে বিভাগীয় ৱেবচাইটত জৰিয়তে আবেদন কৰিব পাৰিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Recent News

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd