• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ এপ্ৰিলৰ পৰা ১০ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 2:20 pm
electricit
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে প্ৰতি ইউনিট বিদ্যুতৰ মাচুলৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি কৰি এনাৰ্জি চাৰ্জ ১৪ পইচাকৈ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা সোমবাৰে বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএলক দিয়া নিৰ্দেশনা অনুসৰি বিদ্যুতৰ এনাৰ্জি চাৰ্জ হ্ৰাস কৰাৰ বিপৰীতে ফিক্সড চাৰ্জ প্ৰতি কিলোৱাটত ১০ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

Apply Now

স্বাভাৱিকতে ইয়াৰ ফলত সামগ্ৰিকভাৱে  উপভোক্তাই বৰ্তমান আদায় দি থকা বিদ্যুৎ মাচুলৰ পৰিৱৰ্তে প্ৰায় ২ শতাংশ মাচুল হ্ৰাস পাব।

সোমবাৰে বিদ্যুৎ নিয়ামক আয়োগে আছাম পাৱাৰ জেনেৰেচন কোম্পানী লিমিটেড আৰু আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডক ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে নতুন বিদ্যুৎ শক্তিৰ মাচুল নিৰ্ধাৰণ কৰি দিয়ে।

সেই অনুসৰি ফিক্সড চাৰ্জ বৃদ্ধি আৰু এনাৰ্জি চাৰ্জ হ্ৰাসৰ এই নতুন নিৰ্দেশনা অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছে। আয়োগে দিয়া নিৰ্দেশনা অনুসৰি সম্প্ৰতি ০ৰ পৰা ১২০ ইউনিট পৰ্যন্ত বিদ্যুৎ ব্যয় কৰা গ্ৰাহকে প্ৰতি মাহত ৩০ টকা ফিক্সড চাৰ্জ আৰু ৫৬৫ টকা এনাৰ্জি চাৰ্জ আদায় দিব লাগে। কিন্তু নিয়ামক আয়োগে ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি ঘটাই বৰ্তমানৰ তুলনাত ৪০ টকা ধাৰ্য কৰিছে আৰু এনাৰ্জি চাৰ্জ ২০ টকা হ্ৰাস কৰি ১২০ ইউনিট বিদ্যুতৰ মাচুল ৫৪৫ টকালৈ হ্ৰাস কৰিছে।

অৱশ্যে ফিক্সড চাৰ্জ জীৱনধাৰা আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ লোৱা ০.৫ কিলোৱাটৰ পৰা ১ কিলোৱাট পৰ্যন্ত ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত ফিক্সড চাৰ্জ পূৰ্বৰ ৫ টকাৰ পৰিৱৰ্তে ২০ টকালৈ বৃদ্ধি কৰা হৈছে। এনাৰ্জি চাৰ্জ সামান্য হ্ৰাস কৰাৰ ফলত পূৰ্বৰ ৪৭০ টকা মাচুলৰ পৰিৱৰ্তে নতুন নিৰিখ হ’ব ৪৬০ টকা।

উল্লেখ্য যে নিয়ামক আয়োগে সামগ্ৰিকভাৱে সকলো সংযোগৰ ক্ষেত্ৰতে ফিক্সড চাৰ্জৰ নিৰিখ ১০ টকাকৈ বৃদ্ধি কৰাৰ বিপৰীতে পাব্লিক লাইটিঙৰ ক্ষেত্ৰত এই কৰ বৃদ্ধি কৰা নাই।

উল্লেখ্য যে  নিয়ামক আয়োগে সোমবাৰে দিয়া পৰামৰ্শাৱলী উদ্যোগক্ষেত্ৰসমূহক নিশাৰ ভাগত উদ্যোগৰ উৎপাদন চলোৱাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ নাইট অফ-পিক ৰিবেট বৰ্তমানৰ ০.৫০ টকাৰ পৰা প্ৰতি কিলোৱাট ৱাৰ্ছত ১.৫০ টকালৈ বৃদ্ধি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd