DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১ লাখ কোটি টকা বিনিয়োগ কৰিলেও অসমত অনুমতি দিয়া নহ’ব প্ৰদূষণকাৰী উদ্যোগক : ঘোষণা উদ্যোগ মন্ত্ৰীৰ

নবাৰুন গুহ by নবাৰুন গুহ
February 1, 2018 7:47 pm
Chandra Mohan Patowary press meet

চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদ মেল

114
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে প্ৰদূষণকাৰী উদ্যোগৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি এনে প্ৰকল্পৰ ক্ষেত্ৰত বিনিয়োগকাৰীক উৎসাহ নোযোগোৱাৰ সিদ্ধান্ত লৈছে।

‘১ লাখ কোটি টকা বিনিয়োগ কৰিব খুজিলেও আমি তেওঁলোকক উদ্যোগ স্থাপনৰ অনুমতি প্ৰদান নকৰো’, বৃ্হস্পতিবাৰে দিচপুৰত এক সংবাদমেলত এইদৰে কয় ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

মন্ত্ৰীজনে লগতে কয়, ‘কৃষি, হস্ততাঁত, নদী পৰিৱহন, তথ্য প্ৰযুক্তি, দৰৱ আৰু চিকিৎসা আদি প্ৰদূষণ নকৰা উদ্যোগত বিনিয়োগৰ ক্ষেত্ৰত আমাৰ সমস্যা নাই। কিন্তু ক’ক উদ্যোগৰ দৰে গুৰুতৰ প্ৰদূষণকাৰী উদ্যোগত বিনিয়োগৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ বিৰোধী।’

‘আমি ৰাজ্যখনত দ্ৰুত উদ্যোগীকৰণ বিচাৰো’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘কিন্তু একে সময়তে আমি প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ সমৰ্থকো হ’ব নোখোজো।’

মন্ত্ৰীগৰাকীয়ে কয় যে যোৰাবাটৰ দৰে এসময়ৰ অতি সুন্দৰ এটুকুৰা ঠাই ক’ক উদ্যোগ স্থাপনৰ অনুমতি প্ৰদান কৰাৰ ফলত সম্পূৰ্ণৰূপে প্ৰদূষিত হ’ল।

আনহাতে সম্ভাব্য বিনিয়োগকাৰীক গতাবৰ বাবে ৰাজ্যত পৰ্য্যাপ্ত মাটি নথকাৰ আশংকা খণ্ডন কৰি পাটোৱাৰীয়ে কয়, ‘আমাৰ ভূমি ভঁৰালত ৭০০০ একৰ মাটি আছে। বিনিয়োগকাৰীৰ পৰা জাননী পোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে আমি তেওঁলোকক মাটি যোগান ধৰিব পাৰিম।’

কৃষিভূমি বিক্ৰীৰ ক্ষেত্ৰত তেওঁ কয়, ‘ভাল দাম পালে খেতিয়কসকলে তেওঁলোকৰ মাটি বিক্ৰী কৰিব পাৰে। কিন্তু তেওঁলোকক মাটি বেচিবৰ বাবে আমি বাধ্য কৰিব নোখোজো।’

পাটোৱাৰীয়ে লগতে জনায় যে ধুবুৰীৰ ৰুপচি বিমানবন্দৰ শীঘ্ৰে কাৰ্য্যক্ষম কৰি তুলিবৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে।

‘ৰুপচি বিমান বন্দৰ কাৰ্য্যক্ষম হৈ উঠিলে ই পশ্চিম বংগ আৰু ছিকিমৰ সৈতে আমাৰ যোগাযোগ বৃদ্ধি কৰিব’ , মন্ত্ৰীজনে কয়।

Recent News

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Kabaddi Player Accuses Coach Of Rape

দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক ‘মি টু’ অভিযোগ: প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd