DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০০৬ৰ পৰা ২০১৮ৰ ভিতৰত অসমত ধৰ্ষণ, যৌতুক, ডাইনীৰ নামত ১,৭০০ মহিলাক হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 7:31 pm
Crimes-Against-Women-680x365
120
VIEWS
Share on FacebookShare on Twitter

২০০৬ চনৰ মাৰ্চৰ পৰা চলিত বছৰৰ ২৩ মাৰ্চলৈকে অসমত ধৰ্ষণ, যৌতুক আৰু ডাইনীৰ নামত মুঠতে ১,৭৭৩ গৰাকী মহিলাক হত্যা কৰা হৈছে। মঙলবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰিছে অসম চৰকাৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সদনত এই তথ্য দাঙি ধৰে।

মন্ত্ৰী পাটোৱাৰীয়ে সদনত জনোৱা মতে ৰাজ্যখনত উক্ত সময়ছোৱাৰ ভিতৰত ধৰ্ষণৰ ঘটনাত ৮৭ গৰাকী মহিলা, যৌতুক সংক্ৰান্তীয় ঘটনাত ১,৬০৬ গৰাকী মহিলা আৰু ডাইনীৰ নামত আন ৮০ গৰাকী মহিলাক হত্যা কৰা হৈছে।

তেওঁ কয় যে অসম চৰকাৰে ‘১৮১-সখী’ নামেৰে মহিলাসকলৰ বাবে এটি হেল্পলাইন নম্বৰ মুকলি কৰিছে।

ৰাজ্যখনৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকসকলক মহিলাৰ বিৰুদ্ধে সংঘটিত সকলোধৰণৰ অপৰাধৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আৰু শুদ্ধভাৱে অভিযোগনামা দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে।

অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাসমূহ দ্ৰুত বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন কৰাৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ন্যায়লয়খনে অলপতে প্ৰতিখন জিলাতে ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd