DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

২০১৮ ফিফা বিশ্বকাপলৈ নিৰ্বাচিত মণিপুৰৰ মহিলা ৰেফাৰি

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 8, 2017 4:41 pm
২০১৮ ফিফা বিশ্বকাপলৈ নিৰ্বাচিত মণিপুৰৰ মহিলা ৰেফাৰি
90
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে আন এক সু-খবৰ। মণিপুৰৰ জীয়ৰী টেকচাম ৰঞ্জিতা দেৱীয়ে ২০১৮ চনৰ ফিফা বিশ্ব কাপলৈ ৰেফাৰি হিচাপে নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বেও মণিপুৰৰ জীয়ৰী কেইলিয়ানি ছানুয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৰেফাৰি হিচাপে খেল পৰিচালনা কৰিছিল। ২০১৮ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰাৰ পূৰ্বতে ৰঞ্জিতা দেৱীয়ে ৪ খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সহযোগী তথা মূল ৰেফাৰি হিচাপে খেল পৰিচালনা কৰিছে। তৃতীয় শ্ৰেণীৰ ৰেফাৰি হিচাপেও ৫০ খনতকৈ অধিক ৰাষ্ট্ৰীয় তথা আন্তঃবিশ্ববিদ্যালয় পৰ্যায়ৰ খেলপৰিচালনা কৰাৰ অভিজ্ঞতা আহৰণ কৰিছে। মণিপুৰৰ থৌবাল জিলাৰ কংজাম অঞ্চলৰ নিবাসী দেৱী নৱম সংৰক্ষিত বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত। বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ কৌহলাপুৰত চলি থকা ভাৰতীয় মহিলা লীগত ব্যস্ত হৈ আছে। লক্ষণীয় যে বৰ্তমান সময়লৈকে ২০১৮ চনৰ ফিফা বিশ্বকাপলৈ নিৰ্বাচিত ৰঞ্জিতা হৈছে একমাত্ৰ মহিলা ৰেফাৰি। মণিপুৰ ফুটবল সংস্থা আৰু ফুটবল ৰেফাৰি কমিটিয়ে তেওঁৰ এই সাফল্যৰ­­­­­ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

Recent News

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd