• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২০ চনৰ ভিতৰত গুৱাহাটীৰ প্ৰত্যেক পৰিয়ালে পাব পৰিস্কাৰ পানী : ৰাজ্যপাল

NE NOW NEWS নবাৰুণ গুহ
গুৱাহাটী , February 19, 2018 10:04 pm

2 min read

Jagdish Mukhi interacting with media in Guwahati
91
VIEWS
Share on FacebookShare on Twitter

পৰিস্কাৰ খোৱা পানীৰ নাটনি গুৱাহাটীবাসীয়ে ভোগ কৰি অহা এক দীৰ্ঘদিনীয়া সমস্যা। অৱশ্যে ২০২০ চনৰ ভিতৰত এই সমাধান কৰা হ’ব বুলি মন্তব্য কৰে ৰাজ্যপাল জগদিশ মুখিয়ে।

আৱৰ্ত ভৱনত আজি সাংবাদিকৰ সৈতে মত-বিনিময় কৰি মুখিয়ে কয়, ‘গুৱাহাটীৰ দৰে মহানগৰীয়ে ইয়াৰ ৪০ শতাংশ জনসাধাৰণক পাইপ যোগে পৰিস্কাৰ খোৱা পানী যোগান ধৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। অৱশ্যে ২০২০’ৰ ভিতৰত এই সমস্যা সম্পুৰ্ণৰূপে সমাধান কৰা হ’ব আৰু প্ৰত্যেক পৰিয়ালে পৰিস্কাৰ পানী লাভ কৰিব।’

আনহাতে বাৰিষা কালত মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ কথা সোধাত তেওঁ কয়, ‘আমি বানপানীয়ে সৃষ্টি কৰা প্ৰলয় সম্পৰ্কে ভালকৈয়ে অৱগত যদিও ইয়াৰ পৰা আহৰণ কৰিব পৰা সুযোগকলৈ বিশেষ গুৰুত্ব দিয়া নায়। শুকান বতৰৰ কাৰণে  হাৰিয়ানাত ধান খেতিৰ বাবে পথাৰখনক সাজু কৰিবলৈ আঢ়ৈমাহ সময় লাগে। কিন্তু অসমৰ অনুকুল বতৰৰ বাবে এইক্ষেত্ৰত যথেষ্ট কম সময়ৰ প্ৰয়োজন হয়। কৃষি খণ্ডত যথাযথ গুৰুত্ব দিলে আমি ৫ বছৰত পাঞ্জাবক চেৰ পেলাব পাৰিম।’

নিজকে এগৰাকী সক্ৰিয় ৰাজ্যপাল বুলি অভিহিত কৰি মুখিয়ে আৰু কয়, ‘মই ৰাজ্যখনৰ মূৰব্বী নহয়। চৰকাৰৰ কাৰ্য্যপ্ৰণালীত হস্তক্ষেপ কৰাৰ মোৰ ক্ষমতাও নাই আৰু মই হস্তক্ষেপ কৰিবও নোখোজো। কিন্তু মই মানুহক সহায় কৰিব খোজো, ৰাজনীতিত যোগদান কৰাৰ আগতেও মই সামৰ্থ অনুযায়ী বহু লোকক সহায় কৰিছিলো।’

নিজৰ সক্ৰিয়তাৰ উদাহৰণ দি তেওঁ কয় যে ৬ ডিচেম্বৰত তেওঁ কেইগৰাকীমান জেষ্ঠ বেংক বিষয়াক লগ ধৰি বেংকসমূহৰ প্ৰত্যেকটো শাখাকে ৩ গৰাকী লোকক ঋণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ ফলত প্ৰায় ৬ৰ পৰা ৭ হেজাৰ লোক উপকৃত হৈছিল বুলি মুখিয়ে জনায়।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd