• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুৱালকুছিৰ শিপিনীয়ে ২০ শতাংশ ৰেহাই মূল্যত পাব পাটসূতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2018 11:19 am

1 min read

Representative Image
106
VIEWS
Share on FacebookShare on Twitter

শুৱালকুছিৰ পাট-মূগাৰ শিপিনী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে সুখবৰ। পহিলা ব’হাগৰ পৰা লাভ কৰিব ৰেহাই মূল্যত পাটসূতা। চৰকাৰৰ দ্বাৰা স্বীকৃতি পোৱা প্ৰতিগৰাকী ‘কাৰ্ড হ’ল্ডাৰ’ শিপিনীয়ে নিজৰ পৰিচয়-পত্ৰৰ জৰিয়তে এখন তাঁতশালৰ বিপৰীতে মাহত ২০ শতাংশ ৰেহাই মূল্যত ৪ কেজি পাটসূতা পাব।

বুধবাৰে ৰাজ্যৰ শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ গৃহ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত শুৱালকুছি ভ্ৰমণত যাওতে এই কথা সদৰী কৰে। তদুপৰি আৰ্টফেডৰ সহযোগত শুৱালকুছি ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠানত ষ্ঠাপন কৰা সূতাৰ ভঁৰালৰ পৰা পাটসূতা শিপিনীসকলে ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব।

আনহাতে শুৱালকুছিৰ পাটসূতাৰ ব্যৱসায়ীসকলে শিপিনীৰ পৰা ৰচিদবিহীনভাবে পাটসূতাত জি এছ টিৰ বাবদ ধন লোৱা সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে কৰ বিভাগৰ জৰিয়তে তদন্ত চলাব বুলিও উল্লেখ কৰে।

সূতাৰ ভঁৰাল স্থাপনে শিপিনীসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাব বুলি কয় আৰু মন্ত্ৰী শৰ্মাই সূতাৰ ভঁৰালৰ পৰিচালকৰ বাবে জিলা উপায়ুক্তক লৈ এখন শক্তিশালী সমিতি গঠন কৰাৰো পোষকতা কৰে যাতে শিপিনীসকলে সূতা ক্ৰয় কৰাত কোনো অসুবিধাৰ সন্মুখীন নহয়।

স্বাভাৱিকতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ঘোষণাৰ পিছতে শুৱালকুছিৰ শিপিনী তথা ক্ষুদ্ৰ ব্যৱসায়ীসকল যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd