DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৪ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 14, 2017 10:35 am
২৪ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
71
VIEWS
Share on FacebookShare on Twitter

বৰডুমচাৰ ঘটনাৰ প্ৰতিবাদত আজি সদৌ মৰাণ ছাত্ৰ সন্থাই আহ্বান জনোৱা ২৪ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে। বন্ধৰ ফলত জিলাখনৰ স্কুল, কলেজ, বেংক আদিকে ধৰি অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকে। বন্ধৰ সমৰ্থকে দুৰ্বৃত্তক অতি সোনকালে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। বন্ধৰ কিছু সংখ্যক সমৰ্থকে ডিগবৈৰ ৰাজপথত টায়াৰ জ্বলায়ো প্ৰতিবাদ কৰা দেখা গ’ল । উল্লেখষোগ্য ষে যোৱা ১১ ডিচেম্বৰ গধূলি ৮ বজাত তিনিচুকীয়া জিলাৰ বৰডুমচাৰ সোণজান গাৱঁৰ নিৱাসী অন্তেশ্বৰ মহন্তক আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তক আলফা (স্বা­)ই ঘৰতে গুলীয়াই হত্যা কৰিছিল। আজি তাৰ প্ৰতিবাদতে আৰু লগতে চৰকাৰে সাধাৰণ লোকক সুৰক্ষা দিয়াৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই এই বন্ধটোৰ আহ্বান জনাইছিল। আনহাতে অভিযোগ মতে আজি প্ৰতিবাদকাৰীৰ একাংশ লোকে ৰাজপথত কেইবাখনো চলন্ত বাহনলৈ শিলগুটি নিক্ষেপ কৰাত পাঁচখনৰো অধিক বাহনৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে। এজন ৰিক্সা চালককো প্ৰতিবাদকাৰীয়ে গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

আনহাতে আলফা (স্বা­)ই ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছত পেট্ৰিয়টীক পীপলছ অব আসামে আলফাৰ এই অমানৱীয় কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু প্ৰশাসনক কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

Recent News

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd