• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ছিকিম জনজাতি মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 1:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৬ ডিচেম্বৰৰ পৰা ছিকিমৰ ডজংগুৰ নামপ্ৰিকদং খেলপথাৰত জনজাতীয় সংস্কৃতি, সংগীত, নৃত্য, ক্ৰীড়া আৰু খাদ্য সম্ভাৰৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে চাৰিদিনীয়াকৈ ছিকিম জনজাতি মহোৎসৱৰ আয়োজন কৰা হৈছে।

এই বাৰ্ষিক মহোৎসৱৰ আয়োজন কৰিছে ট্ৰাইবেল ৰিচাৰ্ছ ইনষ্টিটিউট, ৰাজ্যিক সমাজ কল্যাণ বিভাগ, উত্তৰ জিলা প্ৰশাসন আৰু নামপ্ৰিকদং নামছুঙ উৎযাপন সমিতিয়ে সন্মিলিতভাৱে।

Apply Now

মহোৎসৱখনৰ ব্যৱস্থাপনা হৈছে ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগ।

শনিবাৰে গেংটকত সংবাদ মাধ্যমৰ আগত মহোৎসৱখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সচিব সৰলা ৰাইয়ে কয় যে জনজাতি মহোৎসৱখন উদ্বোধন কৰিবলৈ অহা ২৬ ডিচেম্বৰত আহি উপস্থিত হ’ব জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰাজেশ আগৰৱালা।

ৰাজ্যখনলৈ আহিবলগীয়া জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব গৰাকীৰ আগত ৰাজ্যখনৰ জনজাতিসকলৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰা হ’ব বুলিও ৰাইয়ে কয়। ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ থকা ৰাজ্যখনৰ ১১টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা দাবীৰ বিষয়টো।

তদুপৰি, ছিকিমৰ ট্ৰাইবেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ বিভিন্ন সমস্যাৰ লগতে আন সমস্যাসমূহো কেন্দ্ৰীয় সচিবগৰাকীৰ আগত উপস্থাপন কৰা হ’ব বুলি ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে।

জনজাতি মহোৎসৱৰ সময়ছোৱাত ৰাজ্যখনৰ জনজাতীয় জীৱনৰ কেইবাধৰণৰো কাৰ্যকলাপ দাঙি ধৰাৰ বাবে ঠিকঠাক কৰা হৈছে।

এই মহোৎসৱতে শিক্ষা, ক্ৰীড়া, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰা বিভিন্ন ব্যক্তিক আয়োজকৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হ’ব।

নামপ্ৰিকদং মহোৎসৱত অন্যান্য ৰাজ্যৰ জনজাতি সম্প্ৰদায়ৰ প্ৰতিনিধিও উপস্থিত থাকিব। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ প্ৰতিনিধিৰ লগতে ছিকিমৰ জনজাতি সম্প্ৰদায়ৰ বিষয়ে কাম কৰি থকা গৱেষকসকলো মহোৎসৱত উপস্থিত থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd