• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৭ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ লখিমপুৰত ৰাজ্যিক যুৱ সমাৰোহ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 3:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যত বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ মূল কাৰণ হৈছে প্ৰচলিত শিক্ষা ব্যৱস্থা। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই মানৱ সম্পদ সৃষ্টি কৰিছে যদিও সেই সম্পদ ক’ত কেনেদৰে ব্যৱহাৰ কৰিব সেই সম্পৰ্কত ৰাজ্য চৰকাৰৰ হাতত কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই। আৰু ইয়াৰ বাবে অসমত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে’।

দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সদৌ অসম নিবনুৱা সন্থা আৰু ৰাজ্যিক যুৱ সমাৰোহ উদ্‌যাপন সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নীলমণি হাজৰিকাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Apply Now

উল্লেখ্য যে ২৭ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক যুৱ সমাৰোহৰ প্ৰস্তুতি সন্দৰ্ভত সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে সংবাদমেলযোগে প্ৰচাৰ কৰিবলৈ আহি ৰাজ্য চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিফল হোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰে। ইয়াৰ উপৰি সন্থাই নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি পদক্ষেপ ল’বলৈ দাবী জনোৱাৰ লগতে পতিত ভূমি নিবনুৱাক কৃষিকাৰ্যৰ বাবে আবণ্টণ দিবলৈ আহ্বান জনায়।

আনহাতে ৰাজ্যিক যুৱ সমাৰোহৰ প্ৰস্তুতি সম্পৰ্কে কয় যে সাম্প্ৰতিক অসমৰ বাস্তৱ পটভূমিত নিবনুৱা সমস্যা এক ভয়াবহ সমস্যা। এই সমস্যাৰ এক বিকল্প পথৰ সন্ধান কৰাৰ লক্ষ্যৰে সদৌ অসম নিবনুৱা সন্থাৰ উদ্যোগত অহা ২৭ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ লখিমপুৰত ৰাজ্যিক ভিত্তিত এই যুৱ সমাৰোহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই যুৱ সমাৰোহৰ লগত সংগতি ৰাখি আলোচনা-চক্ৰ, চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ কথাও সদৰী কৰে। উল্লেখ্য যে প্ৰায়  ১৫ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এই যুৱ সমাৰোহত সমগ্ৰ অসমৰ ২৫ খন জিলাৰ প্ৰায় এহাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলিও সদৰী কৰে।

সমাৰোহৰ আয়োজক সমিতিয়ে সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমাৰোহৰ মুকলি সভাত অংশগ্ৰহণ কৰি ভয়াবহ নিবনুৱা সমস্যা অনুধাৱন কৰিবলৈও আহ্বান জনায়।

উল্লেখ্যযোগ্য যে সমাৰোহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত ‘নিবনুৱা সমস্যাৰ ভয়াৱহতা’ শীৰ্ষক বিষয়ত চিত্ৰাংকণ প্ৰতিযোগিতা, ‘নিবনুৱা সমস্যা আৰু ইয়াৰ বাস্তৱসন্মত সমাধান’ শীৰ্ষক বিষয়ত আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব।

আনহাতে ২৯ মাৰ্চত ‘প্ৰচলিত শিক্ষা ব্যৱস্থাই নিবনুৱা সমস্যাৰ মূল কাৰণ’ শীৰ্ষক বিষয়ত তৰ্ক প্ৰতিযোগিতা, আৰু ‘সাম্প্ৰতিক অসমত নিবনুৱা সংস্থাপনৰ সুযোগ আৰু সম্ভাৱনা’ শীৰ্ষক বিষয়ত এখন আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব।

পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰিবলগীয়া সমাৰোহৰ অন্তিম দিনা পুৱা স্মৃতিগ্ৰন্থ উন্মোচন আৰু মুকলি সভাৰ কাৰ্যসূচীৰ মাজেৰে সমাৰোহৰ সামৰণি পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd