DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

২৮ মে’ত মেঘালয়ৰ আমপাতি সমষ্টিৰ উপ নিৰ্বাচন

by
April 26, 2018 7:09 pm
Mukul_Sangma-PTI
86
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ নিৰ্বাচনী আয়োগে মেঘালয়ৰ আমপাতি সমষ্টিত চলিত বছৰৰ ২৮ মে’ত উপ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে ভূতপূৰ্ব মুখ্য মন্ত্ৰী তথা আমপাতি সমষ্টিৰ বিধায়ক মুকুল চাংমাই সমষ্টিটোৰ বিধায়ক পদৰ পৰা অব্যহতি লোৱাৰ পাছত এই আসনখন খালি হৈ আছিল। বৰ্তমান প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী দশম মেঘালয় বিধানসভাৰ বিৰোধী দলৰ দলপতি।

ড০ মুকুল চাংমাই ১৯৯৩ চনৰ পৰা আমপাতি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহাৰ পাছত চলিত বৰ্ষৰ ২৭ তাৰিখে অনুষ্ঠিত হোৱা মেঘালয় বিধানসভা সমষ্টিৰ নিৰ্বাচনত ছংছাক সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। যিহেতু এজন বিধায়কে দুটা সমষ্টিক প্ৰতিনিধিত্ব কৰিব নোৱাৰে তেওঁ আমপাতি সমষ্টিটোৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উপ নিৰ্বাচনৰ জাননী জাৰী কৰাৰ দিনা অৰ্থাৎ মে’ মাহৰ ৩ তাৰিখৰ পৰা মনোনয়নপত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ’ব মে’ মাহৰ ১০ তাৰিখ।

মে’ মাহৰ ১০ তাৰিকে মনোনয়নপত্ৰসমূহ পুনৰীক্ষণ কৰা হ’ব আৰু মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৪ মে’।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd