• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ জুলাইৰ ‘ঐতিহাসিক ক্ষণ’ৰ বহু পূৰ্বেই শিলচৰত ফাদিল এন আৰ চিৰ ‘গোপন’ খচৰা!

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
August 8, 2018 5:35 pm
nrc
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীৰ বাবে ‘ঐতিহাসিক ক্ষণ’ৰূপে পৰিচিত হোৱা এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ মুহূৰ্তৰ বহু পূৰ্বেই ফাদিল হৈ গৈছিল খচৰাৰ গোপন প্ৰতিলিপি!

খচৰাৰ পিডিএফ ফাইলটো প্ৰকাশৰ দিন যোৱা ৩০ জুলাইৰ বহু পূৰ্বেই বিয়পি পৰিছিল শিলচৰৰ বহু লোকৰ মাজত। খোদ কাছাৰ জিলাৰ উপায়ুক্তই শিলচৰৰে এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা এই তথ্য ফাদিল হোৱা বুলি নৰ্থ ইষ্ট নাও-ৰ আগত সন্দেহ প্ৰকাশ কৰিছে।

Apply Now

‘জিলা প্ৰশাসনৰ সন্দেহ হৈছে শিলচৰ সদৰ চক্ৰৰ এটা এন আৰ চি সেৱা কেন্দ্ৰই এই তথ্য ফাদিল কৰিব পাৰে আৰু আমি খুব সোনকালেই এই বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰিম,’ শিলচৰত নৰ্থ ইষ্ট নাও-ত মন্তব্য উপায়ুক্ত লক্ষ্মাননৰ।

শিলচৰৰ মধুৰবন্দৰ ৩০ নং এন আৰ চি সেৱা কেন্দ্ৰটোৰ ওপৰত নজৰ ৰখা হৈছে বুলিও উপায়ুক্তজনে লগতে জনায়।

এই ভয়ংকৰ অভিযোগটোৰ অহা ৪৮ ঘণ্টাৰ ভিতৰত সমগ্ৰ বিষয়টোৰ তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ ৩গৰাকীকৈ দণ্ডাধীশক কঠোৰ নিৰ্দেশ দিছে কাছাৰ জিলাৰ উপায়ুক্ত ড০ এচ লক্ষ্মাননে।

‘কামটো সম্পাদনৰ বাবে (তদন্তৰ বাবে) এগৰাকী এচিএচ বিষয়াৰ লগতে আন দুগৰাকী কাৰ্য্যবাহী দণ্ডাধীশক লৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছে আৰু পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত যাৱতীয় তথ্য সংগ্ৰহৰ বাবে কোৱা হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনালে উপায়ুক্তজনে।

শিলচৰ সদৰ থানাত ইতিমধ্যে এই সন্দৰ্ভত এখন এফ আই আৰ দাখিল কৰা হৈছে।

উল্লেখযোগ্য যে মধুৰবন্দৰ ৰাজা ষ্ট’ৰ নামৰ এখন কম্পিউটাৰ দোকানত কালি মঙলবাৰে আৰক্ষীয়ে তালাচী চলাই ২টা কম্পিউটাৰ, ৫টা পে’ন ড্ৰাইভ জব্দ কৰি ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দোকানখনো চীল কৰি দিছে।

লক্ষণীয়ভাৱে দোকানখনৰ স্বত্বাধিকাৰী ৰাজা মজুমদাৰে ইতিমধ্যে আত্মগোপন কৰিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd