• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ জানুৱাৰিত অনুষ্ঠিত হ’ব ইউপিপিএল যুৱ গোটৰ কেন্দ্ৰীয় সন্মিলন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 29, 2018 9:26 pm
UPPL Youth wing cometee
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনাইটেড পিপল’ছ পাৰ্টী লিবাৰেল(ইউপিপিএল)ৰ যুৱ গোটৰ কেন্দ্ৰীয় সমিতিয়ে ৩১ জানুৱাৰি তাৰিখে দ্বিতীয় সংখ্যক বাৰ্ষিক সন্মিলনখনী অনুষ্ঠিত কৰিব। চিৰাং জিলাৰ থাইকাঝোৰাস্থিত ৰাইনো স্প’ৰ্টিং ক্লাৱৰ খেলপথাৰত অনুষ্ঠিত হ’ব সন্মিলনখনৰ।

ইউপিপিএল যুৱ গোটৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত সন্মিলন সম্পৰ্কে মন্তব্য কৰি কয় যে জাক জমকতাৰে পৰিপূৰ্ণ এদিনীয়া সন্মিলনখনৰ শুভাৰম্ভ হ’ব পাৰ্টীৰ পতাকা উত্তোলনৰে। ইয়াৰ পিছতে চহিদ সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব ১৩ নং বিটিচি পৰিষদৰ সদস্য মাওতি ব্ৰহ্ম হাজোৱাৰিয়ে।

Apply Now

উক্ত কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে ৪ নং বিটিচি পৰিষদৰ সদস্য জিৰন বসুমতাৰীয়ে চিৰাং প্ৰতিনিধি অধিৱেশন উদ্বোধন কৰিব।

এই সকলোবোৰ কাৰ্যসূচী সমাপন হোৱাৰ পিছতে অনুষ্ঠিত হ’ব সন্মিলনখনৰ মুকলি অধিৱেশন। অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউপিপিএলৰ সভাপতি উৰখাও গৌৰা ব্ৰহ্ম। এই অধিৱেশনতে ইউপিপিএলৰ নেতা তথা বিটিচি পৰিষদৰ সাতগৰাকী সদস্যও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

বিটিচি অধ্যুষিত জিলা কোকৰাঝাৰ, পৰ্বতঝোৰা, গোসাঁইগাঁও, মুছলপুৰ, তামুলপুৰ, ভেৰগাঁও, ওদালগুৰি আৰু অন্যান্য অঞ্চলৰ পৰা ১০ হেজাৰ লোক সমাবেত হ’ব বুলি আশা প্ৰকাশ কৰিছে আয়োজক মণ্ডলীয়ে।

আনহাতে বিৰ্দয় মুছাহাৰী আৰু নিকেল বৰ্গ’য়াৰীৰ নেতৃত্বত সন্মিলনখনৰ প্ৰস্তুতিৰ কাম পূৰ্ণ গতিত চলি থকা বুলি জনায়।

তেওঁ লগতে কয় যে ইউপিপিএল যুৱ গোটৰ সন্মিলনতে বিভিন্ন বিষয়ত গভীৰ আলোচনা কৰিব আৰু যুৱ সমাজ তথা জনসাধাৰণক আকৰ্ষিত কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ল’ব।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm
ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

June 23, 2026 8:26 pm
পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd