• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪৩ আছাম ৰাইফলছৰ উদ্যোগত হাফলঙত কফি ৰোপণৰ ওপৰত প্ৰশিক্ষণ শিবিৰ আৰু কৰ্মশালা

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , August 9, 2018 1:53 pm

1 min read

cofffee-haflong-570x320
85
VIEWS
Share on FacebookShare on Twitter

৪৩ আছাম ৰাইফলছে ভাৰতীয় কফি ব’ৰ্ডৰ সহযোগত অসমৰ ডিমা হাছাও জিলাৰ হাফলঙত কফি ৰোপণৰ ওপৰত এটা প্ৰশিক্ষণ শিবিৰ আৰু কৰ্মশালাৰ আয়োজন কৰিছে।

এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটোত স্থানীয় জৱাহৰ নবোদয় বিদ্যালয় বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সমন্বিতে ১০০গৰাকীতকৈও অধিক  জোৱানে অংশগ্ৰহণ কৰে।

এই কৰ্মশালাটো চলি থকা সময়চোৱাত কফি খেতিৰ বিভিন্ন উপায়সমূহ ব্যাখ্যা কৰা হয়।

ভাৰতীয় কফি ব’ৰ্ডৰ কৰ্মচাৰীসকলৰ তত্বাৱধানত প্ৰশিক্ষণ সম্পন্ন হোৱাৰ পাছত হাফলঙত মোতায়েন ৪৩ অসম ৰাইফলছৰ গেৰিছনে এটা কফি ৰোপণ কাৰ্যসূচীও হাতত লৈছে।

haflong-coffee-300x199

এই অনুষ্ঠানত উপস্থিত থকা জৱাহৰ নবোদয় বিদ্যালয় বিদ্যালয়ৰ অধ্যক্ষ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে সোণটিলালৈ স্থানান্তৰিত হ’বলগীয়া বিদ্যালয়খনৰ নতুন চৌহদত কফি খেতি কৰাৰ আগ্ৰহ দেখুৱায়।

জৱাহৰ নবোদয় বিদ্যালয় বিদ্যালয়ৰ অধ্যক্ষ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল সমন্বিতে সকলো কৰ্মচাৰীয়ে ৪৩ আছাম ৰাইফলছক কফি খেতিৰ ওপৰত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰ আৰু কৰ্মশালাটোৰ বাবে ধন্যবাদ জনায়।

আগষ্টৰ ১৩ তাৰিখে প্ৰশিক্ষণ শিবিৰটোৰ সামৰণি পৰিব। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কফি ৰোপণ কাৰ্যসূচী ঘোষণা কৰা হ’ব আৰু প্ৰথমতে ২০০ কফিগছৰ পুলি ৰোপণ কৰাৰ পাছত পৰ্যায়ক্ৰমে আৰু কফিৰ পুলি ৰোপণ কৰি যোৱা হ’ব।

Recent News

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd