• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ত ওদালগুৰি দলে অসমক প্ৰতিনিধিত্ব কৰিব

NE NOW NEWS ছাজিদ খান
ওদালগুৰি , December 19, 2017 8:40 pm

2 min read

121
VIEWS
Share on FacebookShare on Twitter
 ৪ জানুৱাৰীৰ পৰা হাৰিয়ানাৰ ৰহটকত অনুষ্ঠিত হ’ব লগীয়া ৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ৰ ১৭ বছৰ আৰু ২২ বছৰ অনুৰ্দ্ধৰ ফুটবল প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ দুটা দলে অংশ গ্ৰহণৰ সুযোগ পাইছে। ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচন অব ইণ্ডিয়াৰ উদ্যোগত আৰু হাৰিয়না ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচনৰ সহযোগত ৰহটকৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত হ’ব লগীয়া উক্ত প্ৰতিযোগিতাখন অহা বছৰৰ ৪জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ চলিব। উল্লেখযোগ্য যে চাৰি দিনীয়াকৈ চলিব লগীয়া উক্ত প্ৰতিযোগিতাখনত দুয়োটা দলে খেলখনত প্ৰতিনিধিত্ব কৰিব। ১৭ বছৰৰ অনুৰ্দ্ধৰ ফুটবল দলটোৰ খেলুৱৈ সকল হৈছে ভোমছা বড়ো, উত্তম বড়ো, ফিলাউ বড়ো, আশিক বড়ো, নেপলিয়ন দৈমাৰী, বিকী বাগলাৰী, প্ৰবাল খাখলাৰী, জুলিয়াচ বাগলাৰী, মাইকেল দৈমাৰী, ছনছৰং বাগলাৰী, ৰিলিউচ বসুমতাৰী, অভিজিৎ বসুমতাৰী, প্ৰমোদ দৈমাৰী, বিকাশ বড়ো, বিকাশ দৈমাৰী আৰু আৰ্নলদ মুচাহাৰী আনহাতে ২২ বছৰ অনুৰ্দ্ধৰ দলটোৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈ সকল হৈছে আকাশ দৈমাৰী, মিথিংগা বসুমতাৰী, ৰানচাই বসুমতাৰী, বনিফেচ বসুমতাৰী, ৰাজা বসুমতাৰী, ব্ৰনো খাখলাৰী, প্ৰাঞ্জল মুছাহাৰী, বাবিল দৈমাৰী, জেকচন বৰা, অজিত দৈমাৰী আৰু মৃগাংক বৰুৱা।  ধনেশ্বৰ বসুমতাৰী   দুয়োটা দলৰে প্ৰশিক্ষক হোৱাৰ লগতে আচিফ মুছাহাৰী হৈছে দল দুটাৰ মেনেজাৰ। ইয়াৰ উপৰি প্ৰতিযোগিতাখনৰ এথলেটিকচ বিভাগত হ’ব লগা ১০০ আৰু ২০০ মিটাৰৰ দৌৰত উইনিং দৈমাৰীয়ে অসমৰ পৰা একমাত্ৰ প্ৰতিযোগী হিচাপে ভাগ ল’ব। প্ৰাপ্ত তথ্য অনুসৰি ৪ৰ্থ সংখ্যক ‘ষ্টুডেণ্টচ অলিম্পিক নেচনেল গেমছ’ ল’ৰা-ছোৱালী উভয় শাখাতে  এথলেটিকচ, আৰ্চাৰী, ফুটবল, স্কেটিং আৰু ভলীবল আদি পাঁচটা বিভাগত অনুষ্ঠিত হ’ব।

Recent News

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

IMG-20210306-WA0011

তামুলপুৰ বিধানসভা সমষ্টি দখলৰ বাবে সাজু হৈছে বিপিএফ; দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd