• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪ জুনত ৰাজ্যজোৰা ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2018 2:41 pm
WhatsApp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু অসমৰ বেচৰকাৰী পথ পৰিবহণ শ্ৰমিকৰ কল্যাণ আইন প্ৰণয়ন কৰাৰ দাবীত অহা ৪ জুনত সমগ্ৰ ৰাজ্যজুৰি ২৪ ঘন্টীয়া চকা বন্ধ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি মঞ্চৰ সভাপতি মথুৰা দাসে এই বন্ধ ঘোষণা কৰে। উল্লেখযোগ্য যে উক্ত দিনা অল ইণ্ডিয়া ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেশ্যনৰ ৰাজ্যিক কমিটি, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ্ছ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ’চিয়েচন আৰু অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে ৰাইজৰ স্বাৰ্থত চকা বন্ধ কৰি ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে মটৰ পৰিবহণ শ্ৰমিক আৰু মালিকসকললৈ আহ্বান জনায়।

Apply Now

আনহাতে বিজেপি চৰকাৰে নাগৰিকত্ব আইন ধৰ্মৰ নামত সংশোধন কৰিবলৈ বিচাৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে মঞ্চৰ সভাপতি গৰাকীয়ে কয়— ‘ৰাজ্যৰ ছাত্ৰ-যুৱ-মহিলা, কৰ্মচাৰী, বুদ্ধিজীৱীসকলে এই আইনখনৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এওঁলোকক সন্মানো দিব জনা নাই’। তেওঁ লগতে কয়— ‘ৰাজনীতিত ধৰ্ম- জাতিক জড়িত কৰাৰ বাবে সমালোচনা কৰা বিজ্ঞ ব্যক্তিসকলক কিছুসংখ্যক নেতাই তুচ্চ- তাচ্ছিল্যহে কৰি আহিছে।

তদুপৰি পেট্ৰ’ল- ডিজেলৰ কৰ প্ৰত্যাহাৰ কৰি অতি শীঘ্ৰে দাম হ্ৰাস কৰাৰ বাবে পেট্ৰ’ল- ডিজেলকো জি এছ টিৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবৰ বাবে আজিৰ সংবাদ মেলত সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

আনহাতে শ্ৰম বিভাগৰ মন্ত্ৰী পল্লৱলোচন দাসে মটৰ পৰিবহণ শ্ৰমিকৰ পেঞ্চন, চিকিৎসা আৰু ল’ৰা- ছোৱালীৰ শিক্ষা সাহায্যাযুক্ত কৰি শ্ৰমিক আইন প্ৰণয়ন কৰাৰ আশ্বাস দিছিল যদিও বৰ্তমানলৈকে এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ অভিযোগ উত্থাপন কৰে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

লগতে শীঘ্ৰে শ্ৰমিক কল্যাণ আইন প্ৰণয়ন কৰাৰ বাবে তেওঁলোকে আজিৰ সংবাদমেলৰ জৰিয়তে চৰকাৰক দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd