DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬ মাৰ্চত বিটিএডি বন্ধৰ আহ্বান যৌথ মঞ্চৰ: ২২ মাৰ্চত ৰে’লপথ অৱৰোধ কাৰ্য্যসূচী আদিবাসী জাতীয় মহাসভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2018 10:10 am
BTAD Bandh

ফাইল ফটো

96
VIEWS
Share on FacebookShare on Twitter

বিটিচি চৰকাৰে বিটিএডিত নতুন ভূমি নীতি গ্ৰহন কৰা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে আদিবাসী মহাসভাই পুনৰ প্ৰতিবাদত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ভূমি নীতিৰ বিৰুদ্ধাচৰণ কৰি বৃহস্পতিবাৰে আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ ঘণ্টীয়া বিটিএডি বন্ধত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছিল।

বিটিএডিৰ শাসকীয় দল বিপিএফে ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বিৰুদ্ধে বিগত কিছুদিনৰ পৰা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰিণতিতে যৌথ মঞ্চই বিটিচি বাতিলৰ সমান্তৰালভাবে ভূমিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অহা ৬ মাৰ্চত ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ আহ্বান জনায়।

আনহাতে, ২২ মাৰ্চত আদিবাসী জাতীয় মহাসভাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ১০ ঘণ্টীয়া ৰে’লপথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে চৰকাৰৰ নতুন ভূমি নীতি সিদ্ধান্ত কাৰ্যকৰী হ’লে বিটিএডিৰ ভূখণ্ডৰ পৰা চাওতাল-আদিৱাসীসকলক বিতৰণ কৰাত সুবিধা হ’ব বুলি তাৎপৰ্যমূলক মন্তব্য কৰে আদিবাসী নেতা বীৰসিং মুণ্ডাই।

ইয়াৰ উপৰি বিটিচিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আদিবাসী মহাসভাই ধাৰাবাহিক আন্দোলন কৰি যাব বুলিও হুংকাৰ প্ৰদান কৰে বীৰসিং মুণ্ডাই।

ইপিনে যোৱা ২৭ ফেব্ৰুৱাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, নাথ-যোগী ছাত্ৰ সন্থা, আক্ৰাছু আৰু আগছু সংগঠনৰ নেতৃত্বই এখন সভা অনুষ্ঠিত কৰি যৌথ মঞ্চ গঠন কৰে৷ যৌথ মঞ্চখন আক্ৰাছুৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনক মুখ্য আহ্বায়ক হিচাপে লৈ গঠন কৰা হয়।

বিটিচি চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক সিদ্ধান্তক কোনো পধ্যেই সহ্য কৰা নহ’ব বুলি কয় যৌথ মঞ্চৰ নেতৃবৃন্দই৷

Recent News

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd