DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭ বছৰৰ পূৰ্বে কৰা এটা হত্যাৰ অপৰাধত মৰিগাৱঁত চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 10:06 am
life_term
77
VIEWS
Share on FacebookShare on Twitter

মৰিগাওঁ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশৰ আদালতে এটা হত্যাৰ গোচৰৰ ৰায়দানত মৰিগাওঁ জিলাৰ চাৰিজন লোকক যাৱজ্জীৱন কাৰদণ্ডেৰে দণ্ডিত কৰিছে।

সত্ৰ ন্যায়াধীশৰ আদালতত চলি থকা (নং ৪৬/২০১২ ) গোচৰটোৰ ৰায় দি আদালতে ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৪ ধাৰাৰ অধীনত আব্দুল আজিজ, নবী হুছেইন, মফিজুদ্দিন আৰু চাইফুল ইচলামক যাৱজ্জীৱন কাৰদণ্ড দিয়ে।

উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ৭ বছৰৰ পূৰ্বে এটা সামান্য তৰ্কাতৰ্কিৰ পিছত ৰাতি এই চাৰিজনে আমচৰ আলী নামৰ এজন লোকক হানি-খুচি হত্যা কৰিছিল। ঘটনাৰ দিনা দিনৰ ভাগত আমচৰ আলীয়ে এই চাৰিজনৰ পৰা তেওঁ কাম কৰাৰ বাবত পাব লগীয়া টকা আনিবলৈ গৈছিল। তাত ৫০ টকা পইচাৰ লগত আমচৰ আলী আৰু আন চাৰিজনৰ তৰ্কাতৰ্কি হৈছিল। ইয়াৰে প্ৰতিক্ৰিয়া হিচাপে ৰাতি ঘৰত শুই থকা অৱস্থাত আমচৰ আলীক এই চাৰিজন লোকে আক্ৰমণ কৰি হানি-খুচি গুৰুতৰভাৱে আহত কৰিছিল। দুদিন পিছত চিকিৎসালয়ত আমচৰ আলীৰ মৃত্যু হয়। পৰিয়ালৰ লোকে আব্দুল আজিজ, নবী হুছেইন, মফিজুদ্দিন আৰু চাইফুল ইচলামৰ বিৰুদ্ধে ভুৰাগাওঁ থানাত এজাহাৰ দিয়াৰ পিছত ৮২২/১১ নম্বৰৰ এটা গোচৰ ৰুজু হৈছিল।

মৰিগাওঁ সত্ৰ ন্যায়াধীশৰ আদালতে চাৰিওজনকে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ জৰিমনা বিহিছে। জৰিমনা অনাদায়ে আন ৬মাহৰ সাধাৰণ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে।

 

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd