• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৮০ বছৰ বয়সত প্ৰবীণ নক্সালবাদী নেতা ভাস্কৰ নন্দীৰ দেহাৱসান

মহেশ ডেকা by মহেশ ডেকা
May 4, 2018 7:54 pm
Bhasakra-Nandy-570x320
195
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে প্ৰখ্যাত নক্সালবাদী নেতা আৰু চি পি আই (এম এল)ৰ প্ৰাদেশিক কেন্দ্ৰীয় কমিটীৰ (Provincial Central Committee) সাধাৰণ সম্পাদক ভাস্কৰ নন্দীৰ পশ্চিম বংগৰ  জলপাইগুড়ি জিলাৰ এখন চিকিসালয়ত  দেহাৱসান হৈছে। মৃত্যুৰ সময়ত নেতাগৰাকীৰ বয়স হৈছিল ৮০ বছৰ।

এটা বিবৃতিত  চি পি আই (এম এল)ৰ সহকাৰী সাধাৰণ সম্পাদক সুভাস দেবে কৈছে যে ৭০ৰ দশকত অসমৰ নক্সালবাদী আন্দোলনৰ গুৰি ধৰোঁতা নন্দী বিগত ডেৰ বছৰ ধৰি কৰ্কট ৰোগত ভুগি আছিল।

১৯৩৮ চনত জন্ম লাব কৰা ভস্কৰ নন্দীয়ে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ৰাসায়নিক আভিযান্ত্ৰিকৰ ডিগ্ৰী লাভ কৰি সমাজশাস্ত্ৰত স্নাতকোত্তৰ অধ্যয়নৰ বাবে আমেৰিকাৰ কলম্ব্বিয়া বিশ্ববিদ্যালয়লৈ গৈছিল।

নক্সালবাদী আন্দোলনত যোগ দিয়াৰ পূৰ্বে তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত সমাজশাস্ত্ৰ বিষয়ৰ পাঠদানো কৰিছিল।নক্সালবাদী আন্দোলনৰ পিতৃপুৰুষ চাৰু মজুমদাৰক লগ পোৱীৰ পীছত তেওঁ নক্সালবাদী আন্দোলনত যোগ দিয়ে।

সাম্যবাদী নেতাগৰাকীয়ে নিজৰ সন্মানীয় পদ ত্যাগ কৰি আনকি আমেৰিকাত তকা পৰিয়ালবৰ্গকো ত্যাগ কৰি আন্দোলনটোৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে।

দলৰ তেওং এগৰাকী সক্ৰিয় কৰ্মী হৈ পৰে আৰু আমেৰিকালৈ উভতি যোৱাৰ পৰিকল্পনা চিৰদিনৰ বাবে ত্যাগ কৰি ভাৰততে থাকি যায়। চাৰু মজুমদাৰৰ সহকাৰী হিচাপে তেওঁ অসমৰ নক্সালবাদী আন্দোলনৰ দায়িত্ব গ্ৰহণ কৰে।

চাৰু মজুমদাৰৰ হত্যা আৰু হাজাৰ হাজাৰ নক্সালবাদীক হত্যা কৰাৰ পাছত  চি পি আই (এম এল) ভাঙি যোৱাৰ পাছত  তেওঁ ইউনিটী কমিটী গঠন কৰি অসম আৰু বিহাৰ আৰু বংগৰ কিছু অংশত নক্সালবাদী আন্দোলনটো পুনৰ সংগঠিত কৰে।

প্ৰাদেশিক কেন্দ্ৰীয় কমিটীৰ প্ৰধান আদৰ্শ পুৰুষ নন্দীয়ে গণ আন্দোলন আৰু গণ সংগঠনৰ পোষকতা কৰাৰ লগতে সশস্ত্ৰ সংগ্ৰাম আৰু সংগঠনৰ সপক্ষে নক্সালবাদী আন্দোলনৰ যুক্তিৰ সূচনা কৰিছিল বুলি সুভস দেবে প্ৰকাশ কৰিছে।

এবাৰ নন্দীয়ে এই বুলি প্ৰকাশ কৰিছিল যে স্বাধীনতাৰ পাছত নক্সালবাদী আন্দোলনেই আছিল একমাত্ৰ সঠিক ৰাজনৈতিক আন্দোলন, যদিহে ই সফল হ’লহেতেন তেন্তে এই আন্দোলনটোৱে দেশৰ ইতিহাস আৰু অৰ্থনীতি পৰিৱৰ্তিত কৰিলেহেঁতেন।

সুভাষ দেবে কৈছে যে নন্দীয়ে যিদৰে অসমীয়াৰ উগ্ৰ জাতীয়তাবাদৰ (chauvinism) বিৰোধিতা কৰিছিল, বড়োসকলে অসমৰ সংখ্যালঘূ, জনজাতি আদিবাসীসকলৰ বিৰূদ্ধে হত্যালীলা চলালোৱাৰ বিৰোধিতা কৰিছিল, তেনেদৰে বাঙালী উগ্ৰ গাতীয়তাবাদৰ বিপক্ষেও সৰৱ হৈ পৰিছিল।

নন্দীৰ মৃত্যুউত চি পি আই (এম এল) দলৰ উপৰিও বিভিন্ন শ্ৰমিক সংগঠনে শোক প্ৰকাশ কৰে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd