• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ মে’ৰ পৰা দেশজোৰা ৭২ ঘণ্টীয়া অনশনত বহিব ৰে’ল শ্ৰমিকসকল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 1:48 pm
RailMajdurUnion
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া দাবীবোৰ অতি শীঘ্ৰে পূৰণ কৰাৰ বাবে চৰকাৰক হেঁচা দিবলৈ এন এফ ৰেইলৱেই মজদুৰ য়ুনিয়নে অহা ৮ মে’ৰ পৰা দেশজোৰা ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে।

এই কথা এক সংবাদমেল যোগে সদৰী কৰিছে অল ইণ্ডিয়া ৰে’লৱেই মেনছ ফেডাৰেইশ্যনৰ সভাপতি আৰু এন এফ ৰে’ল মজদুৰ  য়ুনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তাই।

Apply Now

৩ এপ্ৰিলত তিনিচুকীয়া ৰে’ল মজদুৰ য়ুনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰমিক নেতাজনে কয় যে য’ত জনসাধাৰণৰ উন্নয়ন নহয় তাত দেশৰ উন্নতি কেনেকৈ অসম্ভৱ।

লগতে তেওঁ দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক নীতিবোৰৰো সমালোচনা কৰে। ‘দেশৰ বৰ্তমানৰ অৰ্থনৈতিক নীতিৰ পৰা খাটিখোৱা শ্ৰেণীৰ লোকৰ উন্নয়নৰ হওক চাৰি পুঁজিপতিৰহে উন্নয়নৰ বাট মুকলি হৈছে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নতুন অৰ্থনৈতিক নীতিয়ে সৰ্বসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে মুষ্টিমেয় একাংশ ব্যক্তিকহে ধনী হোৱাত সহায় কৰিছে’- এইদৰে কয় নেতাজনে।

তেওঁ লগতে কয় যে শ্ৰমিকসকলেই হওক অথবা সৰ্বসাধাৰণ লোকেই  হওক প্ৰয়োজনত বেংকলৈ ঋণ বিচাৰি গ’লে প্ৰায়ে বিমুখ হ’ব লগীয়া হয়। অথচ বেংকৰ হাজাৰ হাজাৰ কোটি টকা সৰকাই বিজয় মালিয়া, নীৰৱ মোদী, ললিত মোদীয়ে নিৰ্বিঘ্নে দেশ এৰি যাবলৈ সুবিধা পাইছে। এনে হোৱাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কিন্তু ইয়াৰ বিপৰীতে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি দেশৰ বহু কৃষকে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হৈছে।

ৰে’ল শ্ৰমিক নেতাগৰাকীয়ে চৰকাৰক নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ দাবী জনোৱাৰ লগতে ৰে’ল বিভাগত ঠিকাভিত্তিক শ্ৰমিক ব্যৱস্থাৰ পৰিৱৰ্তে স্থায়ী শ্ৰমিক নিযুক্তিৰ দাবী তোলে।

আনহাতে, এই অনশন কাৰ্য্যসূচীৰ পিছতো যদি চৰকাৰে তেওঁলোকৰ দাবীবোৰ মানি নলয়, তেন্তে পৰৱৰ্তী পৰ্যায়ত অধিক তীব্ৰ আন্দোলন কৰিব বুলি জনায় শ্ৰমিক নেতাজনে। সংবাদমেলখনত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক  সুশেন হাজৰিকা, উপ-সভাপতি সঞ্জীৱ ভট্টাচাৰ্য, প্ৰচাৰ সম্পাদক পুলক গগৈ, সাংগঠনিক সম্পাদক কমল দত্ত, নৰেশ্বৰ বৰ্মণ, কমলেশ্বৰ শৰ্মা উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd