DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰক্ষকৰ ৰূপত থাকি নাবালিকাক যৌন নিৰ্যাতন : এছ অ’ এছ শিশুগাৱঁৰ সহকাৰী সঞ্চালকক গ্ৰেপ্তাৰ

মুকুট দাস by মুকুট দাস
August 5, 2018 9:26 pm
sos_Child
72
VIEWS
Share on FacebookShare on Twitter

আজি এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আজাৰাস্থিত এছ অ’ এছ শিশুগাৱঁৰ ৩গৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ইয়াৰ সহকাৰী সঞ্চালকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই ঘটনাটো ঘটিছিল কেইদিনমানৰ পূৰ্বে ৰটাৰেক্ট ক্লাবে আয়োজন কৰা ছদিনীয়া এটা শিবিৰৰ শেষৰ দিনটোত। ৰক্ষকৰ ৰূপত থাকি এই নিৰ্লজ্জ কাণ্ড কৰা ৪৪ বছৰীয়া মণিপুৰী ব্যক্তিজনক ফাওখা লুন ভেইফেই বুলি চিনাক্ত কৰা হৈছে।

উৎসাহ (UTSAH) নামৰ এটা শিশুৰ অধিকাৰ সম্পৰ্কত কাম কৰা বেচৰকাৰী সংস্থাৰ কাৰ্য্যবাহী সঞ্চালক মিগুৱেল কুৱেহে কয় যে তেওঁক লাভলি সৰকাৰ নামৰ এজন সাংবাদিকে ১ আগষ্টত ঘটা এই ঘটনাটোৰ বিষয়ে ইমেইল যোগে অৱগত কৰিছিল। মেইলটোত জনোৱামতে, সহকাৰী সঞ্চালক ভেইফেয়ে এছ অ’ এছ শিশুগাৱঁৰ বিভাগীয় গাড়ীৰ ভিতৰত নাবালিকা ছোৱালীকেইজনীক সহকাৰী সঞ্চালকজনে আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল।

লাভলি সৰকাৰক এই ঘটনাটোৰ বিশয়ে ৰটাৰেক্ট ক্লাবৰ এজন কৰ্মকৰ্তাই জানিবলৈ দিয়ে।

কুৱেহে তাৰ পাছতে আৰক্ষী আয়ুক্ত হীৰেন নাথক এই বিষয়ে লিখিতভাৱে অৱগত কৰে। তেতিয়া আৰক্ষী আয়ুক্ত হীৰেন নাথে আজাৰাৰ আৰক্ষীক ঘটনাটোৰ কথা জনায় আৰু লগতে কুৱেহকো আজাৰা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ কয়।

সেইমতে তেওঁ আগষ্ট ২ তাৰিখে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। তেওঁক এই কামত সহযোগ কৰি চাইল্ড লাইন গুৱাহাটীৰ কৰ্মকৰ্তাৰ লগতে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন য়ুনিটৰ কাউন্সিলৰো লগত যায়। তেওঁলোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৪৮৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰে। তাৰ পিছত ৩ আগষ্টত আৰক্ষীয়ে ফাওখা লুন ভেইফেইক গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰৰ ছেছন ক’ৰ্টত হাজিৰ কৰায়। আদালতে অভিযুক্ত ভেইফেইক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Recent News

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd