• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙিয়াৰ এক্সিছ বেংকৰ শাখাত মহিলাৰ পৰা ২ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই

NE NOW NEWS এন ই নাও নিউজ
ৰঙিয়া , March 19, 2018 11:10 pm

1 min read

ৰঙিয়াৰ এক্সিছ বেংকৰ শাখাত মহিলাৰ পৰা ২ লাখ টকা কাঢ়ি নিলে দুৰ্বৃত্তই
71
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে বিয়লি ৰঙিয়াৰ হস্পাতাল ৰোডত অৱস্থিত এক্সিছ বেংকৰ শাখাত দুই দুৰ্বৃত্তই এগৰাকী মহিলা গ্ৰাহকৰ পৰা দুই লাখ টকা লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে৷

প্ৰাপ্ত তথ্য মতে মহানগৰীৰ নিৱাসী বেগম উপাধিৰ এগৰাকী মহিলাই প্ৰথম অৱস্থাত সোমবাৰে বিয়লি মহানগৰীৰ মহাত্মা গান্ধী পথত থকা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ পৰা চেক যোগে দুই লাখ টকা উলিয়াই ৷

দুই লাখ টকা উলিওৱাৰ পিছত মহিলাগৰাকীয়ে এক্সিছ বেংকত থকা তেওঁৰ একাউন্টৰ পৰাও আৰু কিছু ধন উলিওৱাৰ বাবে বেংকটোত উপস্থিত হয়।

মহিলাগৰাকীয়ে বেংকটোত উপস্থিত হৈ বেংকৰ এগৰাকী বিষয়াৰ সৈতে ধন উলিওৱা সম্পৰ্কত কথা পাতিবলৈ ধৰাত তেওঁৰ কাষত দুই লাখ টকাৰ বেগটো থয়।

সেই সময়তে পালছাৰ বাইকত অহা দুজন যুৱকে বেংকটোত প্ৰৱেশ কৰে মহিলাগৰাকীৰ কাষৰ পৰা বেগটো থপিয়াই পুনৰ বাইকেৰে তীব্ৰ গতিত সেই স্থানৰ পৰা পলায়ন কৰে৷

আনহাতে বেংকটোত থকা নিৰাপত্তাৰক্ষীয়ে এই সমস্ত দৃশ্যৰ নীৰৱ দৰ্শক হৈ ৰোৱাৰ বাহিৰে আৰু কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে৷

Recent News

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd