DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙিয়া ৰে’লৱে আৰক্ষীৰ অভিযানত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ১০ গৰাকী মহিলা : দুজনক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 8:42 pm
79
VIEWS
Share on FacebookShare on Twitter

ৰঙিয়া ৰে’ল ষ্টেশ্যনত আজি ৰঙিয়া ৰে’লৱে আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দুই মানৱ সৰবাৰহকাৰী আৰু মানৱ সৰবৰাহকাৰী কৱলৰ পৰা ১০ গৰাকী মহিলা তথা যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে পাঁচ গৰাকী মহিলা হোৱাৰ বিপৰীতে পাঁচগৰাকী নাবালিকা।

উল্লেখযোগ্য যে দুটা ভাগত বিভাক্ত মহিলা তথা নাবালিকা কেইগৰাকীক নতুন জলপাইগুৰিৰ পৰা ৰে’লেৰে দুই পৃথক স্থান ক্ৰমে নেপাল আৰু লুধিয়ানালৈ পঠিওৱাৰ কথা আছিল।

কিন্তু সেই সময়তে ৰে’লৱে আৰক্ষীয়ে এক অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা মহিলা তথা নাবালিকা কেইগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই মানৱ সৰবৰাহকাৰীকো আটক কৰে।

প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে উদ্ধাৰ কৰা নাবালিকা কেইগৰাকী কামৰূপৰ ছয়গাঁৱৰ আৰু বাকী মহিলা কেইগৰাকী বিশ্বনাথ চাৰিআলিৰ বুলি জানিব পৰা গৈছে।

আনহাতে ধৃত দুই মানৱ সৰবৰাহকাৰী বাক্সা জিলাৰ নিৱাসী ৰাজীৱ মদাহী আৰু হেমন্ত মদাহী বুলি চিনাক্ত কৰিছে। ৰঙিয়া ৰে’লৱে আৰক্ষীয়ে ধৃত দুই মানৱ সৰবৰাহকাৰীৰ পৰা ভুৱা ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পেন কাৰ্ড, এটি এম নেপালৰ ছীম কাৰ্ড উদ্ধাৰ কৰে।

Recent News

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd