DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ৰহিংগীয়া শৰণাৰ্থী সমস্যাৰ বাতৰি পৰিৱেশনেৰে ‘বাফটা’ বঁটা জিনিলে স্কাই নিউজে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 12:39 pm
Rohingya
95
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ ৰহিংগীয়া শৰণাৰ্থীৰ জীৱন- মৰণৰ সমস্যাৰ ছবিখন বাতৰিৰ মাধ্যমেৰে সমগ্ৰ বিশ্ববাসীৰ আগত উন্মোচিত কৰাৰ বাবে সন্মানীয় ‘বাফটা’ বঁটা জয় কৰিবলৈ সক্ষম হৈছে স্কাই নিউজে।

উল্লেখযোগ্য যে ম্যানমাৰৰ ৰাখাইন প্ৰদেশত বাৰ্মিজ সেনাৰ নৃশংস অত্যাচাৰৰ ঘটনা বাতৰি আকাৰে পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱাৰ পাছতে হৈ- চৈ লাগিছিল সমগ্ৰ বিশ্বজুৰি।

বাৰ্মিজ সেনাই কিদৰে সদ্যোজাত সন্তান তথা শিশু- মহিলা সকলক হত্যা কৰিছিল সেই দৃশ্যাংশ বাতৰি আকাৰে প্ৰকাশ পোৱাৰ পাছত বিশ্ব নেতৃত্বৰ চাপত পৰিছিল ম্যানমাৰ।

সন্মানীয় ‘বাফটা’ সন্মান গ্ৰহণ কৰি স্কাই নিউজৰ বিশেষ সংবাদদাতা এলেক্স ক্ৰফ’ৰ্ডে কয়— ‘ম্যানমাৰৰ ৰহিংগীয়া সকলৰ সমস্যা উপলব্ধি কৰাৰ বাবে বিচাৰকসকলক ধন্যবাদ। মানুহে মোক কয় যে পৃথিৱীৰ অন্য প্ৰান্তত ক’ত কি হৈ আছে তাত ব্ৰিটিছসকলে গুৰুত্ব নিদিয়ে।কিন্তু সেয়া সঁচা নহয়।ৰহিংগীয়া সকলৰ দুৰ্দশাৰ ছবিখন বাতৰি আকাৰে প্ৰচাৰ কৰা হৈছে। ইয়ে বিশ্ববাসীৰ সন্মুখত এখন ভয়াৱহ সংকটৰ ছবি ডাঙি ধৰিলে’।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বাফটা বঁটাৰ বাবে স্কাই নিউজে দুটাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।

সম্প্ৰতি স্কাই নিউজৰ এই সাফল্যৰ বাবে সংবাদ প্ৰতিষ্ঠানটোৰ লগতে বিশেষ সংবাদদাতা এলেক্স ক্ৰফ’ৰ্ডক অভিন্দন জ্ঞাপন কৰিছে সকলোৱে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd