• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰহিঙীয়া শৰণাৰ্থীক সমৰ্থনেৰে ম্যানমাৰ অ’পেন নেখেলাৰ সিদ্ধান্ত বাংলাদেশী গ’ল্ফাৰৰ

NE NOW NEWS মিজিমা নিউজ
য়েংগন , January 25, 2018 4:36 pm

1 min read

বাংলাদেশী গ’ল্ফাৰ চিদ্দিকুৰ ৰহমান

বাংলাদেশী গ’ল্ফাৰ চিদ্দিকুৰ ৰহমান

135
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশী গ’ল্ফাৰ চিদ্দিকুৰ ৰহমানে ৰহিঙীয়া শৰণাৰ্থীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি কালি লিঅ’পেলে’চ-২১ ম্যানমাৰ অ’পেন প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। এ’ এফ পিৰ বাতৰিৰ আধাৰত মিজিমা নিউজে এই খবৰ প্ৰকাশ কৰিছে।

ম্যানমাৰৰ ৰাখিনে প্ৰদেশত যোৱা আগষ্ট মাহৰ পৰা চলা অত্যাচাৰৰ ফলত এতিয়ালৈকে প্ৰায় ৬৯০,০০০ ৰহিঙীয়া লোক বাংলাদেশত প্ৰৱেশ কৰিছে।

চিদ্দিকুৰে কয় যে ৭৫০,০০০ মাৰ্কিন ডলাৰৰ এছিয়া ট্যুৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ তেওঁৰ ‘এক ধৰণৰ অসহজ’ লাগিছে।

আজিৰপৰা য়েংগনত এই প্ৰতিযোগিতাখন আৰম্ভ হৈছে।

ঢাকাত সাংবাদিকসকলক তেওঁ কয় যে, ‘মই ৰহিঙীয়াসকলক সমৰ্থন কৰোঁ, সেয়ে মই নগ’লো। মুছলমান বাবেও তালৈ যোৱাটো মোৰ বাবে নিৰাপদ যেন নালাগিল।’

চিদ্দিকুৰ বাংলাদেশত এগৰাকী গ’ল্ফ আইকন (উপাস্য গ’ল্ফাৰ)। চিদ্দিকুৰ ২০১৬ চনত স্বয়ংক্ৰিয়ভাৱে অলিম্পিকলৈ বাচনি হোৱা প্ৰথম বাংলাদেশী গ’ল্ফাৰ।

Recent News

Jakhalabandha police

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd