• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ ফিফা বিশ্বকাপলৈ অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2018 2:20 pm

1 min read

ATTACHMENT
92
VIEWS
Share on FacebookShare on Twitter

ফিফাৰ দ্বাৰা আয়োজিত ৰাছিয়া বিশ্বকাপ ফুটবলত বাতৰি সংগ্ৰহৰ বাবে নিৰ্বাচিত হৈ সমগ্ৰ দেশৰ লগতে উত্তৰ- পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰে।

অহা ১৪ জুনৰ পৰা ১৫ জুলাইলৈ ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ফুটবলৰ এই মহাৰণত উত্তৰ- পূব ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া গীতিকা তালুকদাৰে হৈছে একমাত্ৰ ফটো সাংবাদিক।

উল্লেখযোগ্য যে অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ কেইবাটাও প্ৰকাশন গোষ্ঠীৰ হৈ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ, ইণ্ডিয়ান ছুপাৰ লীগ, কমনৱেলথ গেমছ, ছাউথ এছিয়ান গেমছ, ফিফাৰ ১৭ অনুৰ্ধ্ব প্ৰতিযোগিতাত নিজৰ অভিজ্ঞতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আনহাতে পিটিআই, এএফপিৰ উপৰি গীতিকাই পূৰ্বাঞ্চল প্ৰহৰী, আমাৰ অসম আৰু ইণ্ডিয়া টুডে আদিৰ বাবে কাম কৰিছে।

উল্লেখযোগ্য যে গীতিকাই আজি গুৱাহাটীৰ পৰা ৰাছিয়ালৈ উৰা মাৰিছে। তেওঁ ৰাছিয়াৰ মস্কো, কাজান, ছামাৰা, ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হ’বলগীয়া  দলীয় মেচ, ছেমি ফাইনেল আৰু ফাইনেলত বাতৰি- আলোকচিত্ৰ সংগ্ৰহ কৰিব বুলি জানিব পৰা গৈছে।

 

Recent News

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd