• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

ৰাজনাথ সিঙে দায়িত্বহীন মন্তব্য কৰা বুলি উভটি ধৰিলে মুকুল চাংমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 10:13 am
Meghalaya Chief Minister Mukul Sangma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন মুখী মেঘালয় ৰাজ্যত বিজেপিৰ হৈ প্ৰচাৰ কাৰ্য চলোৱাৰ উদ্দেশ্যে অহা দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে আইন-শৃংখলা সন্দৰ্ভত কৰা মন্তব্যক উভটি ধৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই। মুকুল চাংমাই সিঙৰ মন্তব্যক ভিত্তীহীন তথা দায়িত্বহীন মন্তব্য বুলি অভিহিত কৰিছে।

সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ চংচকত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ তাৎপৰ্যমূলক মন্তব্য কৰি কৈছিল যে কংগ্ৰেছৰ শাসন কালত মেঘালয়ত আইন-শৃংখলাৰ অৱনতি ঘটিছে তথা অৰাজক পৰিৱেশে বিৰাজ কৰিছে। লগতে কয় যে চৰকাৰখনে ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ কিয়নো তাৰ প্ৰমাণ উইলিয়ামনগৰত সংঘটিত আইইডি বিস্ফোৰণ।

Apply Now

‘এখন দেশৰ গৃহ মন্ত্ৰীয়ে এইদৰে মন্তব্য কৰাটো একেবাৰে দায়িত্বহীন। তেওঁ নিজৰ দায়িত্বৰ কথা পাহৰি গৈছে নেকি?’ মুখ্য মন্ত্ৰী চাংমাই এনেদৰে প্ৰশ্ন কৰা দেখা যায় গৃহ মন্ত্ৰীজনক।

আনহাতে প্ৰশাসনৰ ওপৰত কৰা মন্তব্য সম্পৰ্কত চাংমাই কয়, ‘ৰাজ্যখনত আৰক্ষী বিভাগটো শক্তিশালী কৰাৰ বাবে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোতে আমি দাখিল কৰা প্ৰস্তাৱ চৰকাৰে অনুমোদন জনাইছিল কিন্তু পাচত বিজেপিয়ে এই সকলোবোৰত হস্তক্ষেপ কৰি আমাৰ প্ৰস্তাৱৰ অনুমোদন স্থগিত ৰাখে’।

তেওঁ লগতে কয় যে ৰাজ্যখনৰ আইন-শৃংখলা বিষয়ত কৰা প্ৰস্তাৱক কেন্দ্ৰীয় বিজেপি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আমি ৰাজ্যখনত যিকোনো সময়ত উদ্ভৱ হ’ব পৰা আইন শৃংখলা জনিত সমস্যাৰ মোকাবিলা কৰিবৰ বাবে নিজাববীয়াকৈ ১৭০০ জনক নিযুক্তি প্ৰদান কৰি স্পেচিয়েল ফোৰ্চ- ১০ গঠন কৰিছো।

‘নাগালেণ্ডত অবৈধ অস্ত্ৰ-শস্ত্ৰ অনায়াসে উপলব্ধ হয়। আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভৰি আছে বিভিন্ন সুৰুঙাৰে আৰু গৃহ মন্ত্ৰী আছে ৰাজনীতিত ব্যস্ত’, চাংমাই এইদৰে মন্তব্য কৰে।

মুখ্য মন্ত্ৰীজনে লগতে কয় যে গৃহ মন্ত্ৰী সিঙে ৰাজ্যবাসীক ভয় ভাবুকি দেখুৱাই ভোট আদায় কৰাৰ প্ৰয়াস কৰিছে। ‘আমি ভিক্ষাৰী নহয়। কেন্দ্ৰৰ পৰা কোনো সহায় নোপোৱাকৈ আমি ৰাজ্যখনত ২.৫ লাখ টকাৰ জীৱন বীমা আঁচনি ৰূপায়ন কৰিছো’, এই মন্তব্য চাংমাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd