• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ ভৱনত অনিল ৰাজা সন্মুখীন হ’ল ‘গ’ বেক’ ধ্বনিৰ : অনিলক ঘৰ বিভীষণ আৰু মোডী চৰকাৰৰ এজেণ্ট আখ্যা প্ৰতিবাদকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 8:23 pm
Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
আজি মেঘালয়ৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ কৰি আহি গুৱাহাটীত উপস্থিত হোৱা জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা গোলাম নবী আজাদ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰাৰ সময়তে লাগিল এক অথন্তৰ।
লক্ষণীয় যে নিজ দলৰে নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিশাল সম্পত্তিৰ তালিকা প্ৰকাশ কৰি চাঞ্চল্য সৃষ্টি কৰা অনিল ৰাজা ৰাজীৱ ভৱনত সংবাদ মেলত অংশগ্ৰহণৰ বাবে আহিছিল। কিন্তু উক্ত কাৰ্য্যৰ বাবে দলত প্ৰায় অপ্ৰিয় হৈ পৰা আজি অনিল ৰাজা ৰাজীৱ ভৱনত আহি উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ কৰ্মী-নেতা সকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা পোৱা গ’ল।
ৰাজ্যিক এন এছ য়ু আই, যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ হোৱা দেখি জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক কাৰ্য্যালয়ৰ এটা চুকত অকলশৰে গালে-মূৰে হাত দি বহি থকা দেখিবলৈ পোৱা গ’ল।
প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁলোকে অনিল ৰাজাক বহিষ্কাৰ কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাক দাবী জনাব।
উল্লেখযোগ্য যে অনিল ৰাজাই কেইদিনমান পূৰ্বে প্ৰাক্তন মন্ত্ৰী তথা দলটোৰ এজন প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্ত্ৰী হৈ থাকোতে ব্যাপক দুৰ্নীতি কৰি বিশাল সম্পত্তি আহৰণ কৰা বুলি অভিযোগ অনাই নহয়, তেওঁ হুছেইনৰ সম্পত্তিৰ তালিকা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল। অনিল ৰাজাই ৰকিবুলৰ নিজৰ আৰু পৰিয়ালৰ আন সদস্যৰ নামত ৰাজ্যৰ বিভিন্ন ঠাইত আৰু ৰাজ্যৰ বাহিৰতো থকা মাটি, ফ্লেট, ব্যৱসায়িক প্ৰতিষ্ঠান আছে বুলি দাবী কৰিছিল।
আজি প্ৰতিবাদকাৰীসকলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই অনা অভিযোগ মিছা বুলি অভিহিত কৰি মন্তব্য কৰে যে অনিল ৰাজা এজন ঘৰ বিভীষণ তথা বিজেপিৰ এজেন্ট।
লগতে কংগ্ৰেছত এনেকুৱা দল বিৰোধী কাম কৰা ঘৰ বিভীষণ সদৃশ নেতাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁক অনতি পলমে দলৰ পৰা বহিষ্কাৰ কৰাৰ বাবে প্ৰতিবাদকাৰী সকলে দাবী কৰে।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd