DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত বৃদ্ধি পাইছে মৰেল পুলিচিং; নগাঁৱত মহিলা-পুৰুষক ওৰে নিশা প্ৰহাৰ

মিণ্টু দাস by মিণ্টু দাস
June 24, 2018 10:51 pm
ৰাজ্যত বৃদ্ধি পাইছে মৰেল পুলিচিং; নগাঁৱত মহিলা-পুৰুষক ওৰে নিশা প্ৰহাৰ
90
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ ডকমকা কাণ্ডৰ পিছতো শিক্ষা লোৱা নাই ৰাজ্যৰ একাংশ লোকে। পুনৰ মৰেল পুলিচৰ প্ৰহাৰত নগাঁও জিলাৰ কঠিয়াতলিৰ জুমৰমুৰত গুৰুতৰভাৱে আহত হ’ল দুই পুৰুষ-মহিলা।

উল্লেখযোগ্য যে জুমৰমুৰত কালি নিশা এহাল পুৰুষ-মহিলাক তেওঁলোকৰ মাজত অবৈধ সম্পৰ্ক থকাৰ সন্দেহত স্থানীয় একাংশ ৰাইজে ধৰি ওৰে নিশা দুয়োকে প্ৰহাৰ কৰে। ফলত পুৰুষ-মহিলা উভয়ে গুৰুতৰভাৱে আহত হয়৷ স্থানীয় ৰাইজৰ হাতত প্ৰহৃত লোকজনৰ নাম আব্বাল উদ্দিলা ( ৩৫)বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি কঠিয়াতলি টুবুকিৰ আব্বাল উদ্দিলা নামৰ পুৰুষজনে ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি বিবাহিতা মহিলাগৰাকীৰ লগত অনৈতিক কাৰ্যত লিপ্ত হৈছিল। ইয়াৰ পিছতে ৰাইজে আব্বালক ধৰিবৰ চেষ্টা কৰে যদিও পলায়ন কৰোতেই স্থানীয় একাংশ লোকে আব্বালক ধৰি  প্ৰহাৰ কৰে ।

ইফালে আন একাংশই মহিলাগৰাকীকো ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চোতালত চোঁ‌চৰাই প্ৰহাৰ কৰে। একেদৰে নিৰ্যাতন চলাই অাব্বাল উদ্দিলাৰ ওপৰতো। ওৰে নিশা দুই পুৰুষ-মহিলাক নিৰ্যাতন চলাই হাত-ভৰি বান্ধি পিছত পুৱা কঠিয়াতলী আৰক্ষীক গতাই দিয়ে।

বৰ্তমান দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাৱঁলৈ প্ৰেৰণ কৰিছে। ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে মৰেল পুলিচৰ বিৰুদ্ধে কোনেও এজাহাৰ দাখিল নকৰিলে নগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰজু কৰা বুলি জানিব পৰা গৈছে।

Recent News

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd