• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ চক্ৰৱৰ্তীক গড়কপ্তানি বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব হিচাপে নিযুক্তি দিছে অসম চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 9, 2018 10:40 am

2 min read

Raj-Chakraborty-570x320

ৰাজ চক্ৰৱৰ্তী

304
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ৰাজ চক্ৰৱৰ্তীক ৰাজ্য চৰকাৰৰ গড়কপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব হিচাপে নিযুক্তি দিছে।

এই দায়িত্ব গ্ৰহণৰ আগেয়ে চক্ৰৱৰ্তীয়ে উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (এনএইচএআই) মুখ্য মহা প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অসম চৰকাৰৰ পাৰ্চনেল (প্ৰশাসন) বিভাগৰ সচিব তপন চন্দ্ৰ শৰ্মাই জাৰি কৰা এক জাননীত প্ৰকাশ কৰিছে, ‘’ভাৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ত মুখ্য মহাপ্ৰৱন্ধক তথা আৱাসিক বিষয়া ৰাজ চক্ৰৱৰ্তীক অসম চৰকাৰৰ গড়কপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব হিচাপে নিযুক্ত দিয়া হৈছে…।‘’

২০১৮ ৰ ৩মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে তেওঁক নিযুক্তি দিছে।   ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে ডেপুটেশ্যনত এই দায়িত্ব লাভ কৰিছে চক্ৰৱৰ্তীয়ে।

‘’ ডেপুটেশ্যনৰ চৰ্তসমূহ পিছত গড়কপ্তানি বিভাগে নিয়মাৱলীৰ অধীনত চূড়ান্ত কৰিব,’’- জাননীখনত কোৱা হৈছে।

তথ্য অনুসৰি ৰুৰকীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চক্ৰৱৰ্তীৰ ইংলেণ্ডকে ধৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ন কৰাৰ অভিজ্ঞতা আছে।

শেহতীয়াভাৱে চক্ৰৱৰ্তীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটৰ নতুন দলং নিৰ্মাণৰ কামত নিযুক্ত হৈছিল আৰু তাত তেওঁ নিজৰ সামৰ্থ দেখুৱাবলৈ সক্ষম হৈছিল। তদুপৰি তেওঁ ঘাইপথ আৰু দলং নিৰ্মাণৰ বহু প্ৰকল্পত দক্ষতাৰ পৰিচয় দাঙি ধৰিছে।

Recent News

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd