• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাধাগোবিন্দ বৰুৱা আছু গ’ল্ড কাপ প্ৰতিযোগিতা অহা ১৫ ডিচেম্বৰৰ পৰা

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , December 14, 2017 2:28 pm

2 min read

ৰাধাগোবিন্দ বৰুৱা আছু গ’ল্ড কাপ প্ৰতিযোগিতা অহা ১৫ ডিচেম্বৰৰ পৰা
131
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইবছৰৰ দৰে এই বছৰো অহা ১৫ ডিচেম্বৰৰ পৰা ৰাধাগোবিন্দ বৰুৱা আছু গ’ল্ড কাপ আন্তঃজিলা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। চাৰিদিন ধৰি চলিব লগীয়া এই প্ৰতিযোগিতাখনৰ ফাইনেলখন অনুষ্ঠিত হ’ব অহা ১৮ ডিচেম্বৰত। উদ্বোধনী খেলখন গড়গাওঁ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিয়ে। আন বিলাক খেল নাজিৰা, দৰিকা নগৰ, মাউত গাওঁ, টেঙাপুখুৰী, বেতবাৰী আৰু দৰবাৰ ফিল্ডত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন শিৱসাগৰ আছুৰ দ্বাৰা বিভিন্ন আঞ্চলিক শাখাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ছাত্ৰ সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকিব বুলি আয়োজকে আমাক জানিবলৈ দিছে। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যও উপস্থিত থাকি ৰাধাগোবিন্দ বৰুৱাৰ স্মৃতি তৰ্পণ কৰাৰ কথা। আনহাতে উদ্বোধনী অনুষ্ঠানটোত অৰ্জুন ভোগেশ্বৰ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু লগতে শিৱসাগৰৰ উপায়ুক্ত নাৰায়ণ মেলুং কোঁৱৰ আৰু অ’ এন জি চিৰ কাৰ্য্যবাহী সঞ্চালক তথা অসম সম্পদৰ এছেট মেনেজাৰ সুৰেশ ডি মাস্কে বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ কথা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, আটাছুৰ সভাপতি আৰু সম্পাদক ক্ৰমে লিটুল বুৰাগোহাঁই আৰু পৱন বেদিয়া অতিথি হিচাপে আমন্ত্ৰিত হোৱা বুলি জানিব পৰা গৈছে। এই উপলক্ষে উদ্বোধনী অনুষ্ঠানটোতে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে বুলিও আয়োজকৰ তৰফৰ পৰা আমাক জানিবলৈ দিছে, যিখন উন্মোচন কৰিব ইতিহাসবিদ তথা গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ বুঢ়াগোহাঁয়ে। কাৰ্য্যসূচীটোত আন্তঃৰ্জাতিক খ্যাতি সম্পন্ন হৰকান্ত বুঢ়াগোহাঁই আৰু বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়ন অংকুশিতা বড়োও উপস্থিত থাকিব।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd