• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাধা কুমাৰী আৰু লালীমা দেৱীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ : ৰে’লত কাপোৰ বিক্ৰী কৰা বিকাশ দাসে লৈছিল হত্যাৰ একে পন্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2018 12:49 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ জুলাইত ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছত শিৱসাগৰ ষ্টেইশ্যন আৰু শিমলুগুৰি ষ্টেইশ্যনৰ মাজত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰীক আজি আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পূৰ্বে এই ঘটনাত জড়িত বুলি কনক গগৈ নামৰ এজন মানসিকভাৱে অলপ গণ্ডগোল থকা লোকক আটক কৰিছিল আৰক্ষীয়ে।

কিন্তু শেহতীয়াকৈ বিকাশ দাস ওৰফে বুবু নামৰ এজনক তিনিচুকীয়াত ৰে’ল আৰক্ষীৰ হেড কনিষ্টবল মধুৰাম ডেকাই এই হত্যাকাৰীজনক আটক কৰা বুলি আৰক্ষীৰ সূত্ৰই জনাইছে। সূত্ৰটোৱে জনোৱা মতে, এই হত্যাকাৰীজন এজন ছিৰিয়েল কিলাৰ। শিৱসাগৰ-শিমলুগুৰি ষ্টেইশ্যনৰ মাজত হোৱা হত্যাকাণ্ডটোৰ ২৪ ঘণ্টাৰ পিছতে মৰিয়নিত যিটো একে ধৰণৰ হত্যাকাণ্ড হৈছিল, সেইটোও এই বিকাশ দাসেই সংঘটিত কৰিছিল।

Apply Now

উল্লেখযোগ্য যে শিৱসাগৰৰ ঘটনাটোৰ ২৪ ঘণ্টাৰ পিছতে যোৱা ১১ জুলাইত মৰিয়নিতো অৱধ আছাম এক্সপ্ৰে’ছত লালীমা দেৱী নামৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

লক্ষণীয় কথাটো হ’ল দুয়োটা হত্যাকাণ্ড সংঘটিত হৈছিল বিশেষভাৱে সক্ষম লোকৰ দবাত আৰু দুয়োটা মৃতদেহ উদ্ধাৰ হৈছিল ৱাশ্বৰূমত। দুয়োটা মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত আৰু ডিঙিত গামোচা মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হত্যাকাণ্ড দুটা তেৱেঁ সংঘটিত কৰা বুলি বিকাশ দাসে স্বীকাৰ কৰিছে আৰক্ষীৰ আগত। বিকাশৰ লগতে আন এজনো জড়িত আছে বুলি জানিব পৰা গৈছে। বিকাশে আগতে ৰেইল ষ্টেইশ্যনত চাহ দোকান দিছিল। শেহতীয়াভাৱে তেওঁ ৰে’লত কাপোৰ বিক্ৰী কৰাৰ বৃত্তি লৈছিল। তেওঁ এইদৰে এটা হত্যাকাণ্ড কৰি সাৰি যোৱাৰ পিছতে পুনৰ আন এটা হত্যাকাণ্ডৰ বাবে একে ধৰণৰ কৌশল লৈছিল বুলি জানিব পৰা গৈছে। আন এটা মন কৰিব লগীয়া সাদৃশ্য হ’ল যে দুয়োটা ঘটনাই সংঘটিত হৈছে বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত দবাত।

দুয়োটা ঘটনাই অসমত ৰে’ল আৰক্ষীৰ থাকিলেও ৰে’ল যাত্ৰীসকলৰ সুৰক্ষাৰ নামত একো নাই, তাকে প্ৰমাণ কৰে। বিশেষকৈ সহজে মহিলাক টাৰ্গেট হয় ৰে’লত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd